NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

দেওবাৰে নিশা গোলাঘাট জিলাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা হাতীৰ। গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙীৰ লেটেকুজান অঞ্চলত সংঘটিত হৈছে এই ঘটনা।...

হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

২০২০ চনত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যু হয়। এই দুখৰ খবৰত স্তম্ভিত হৈ পৰে সমগ্ৰ ফুটবল জগত। এই কিংবদন্তি...

মায়াৱতীৰ `একলা চলো’ নীতি! কোনো মিত্ৰজোঁটৰ অংশ নহয়, খেলিব অকলেই নিৰ্বাচন

মায়াৱতীৰ `একলা চলো’ নীতি! কোনো মিত্ৰজোঁটৰ অংশ নহয়, খেলিব অকলেই নিৰ্বাচন

২০২৪ চনৰ লোকসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিএছপিয়ে। ‘মিত্ৰতা নাকচ’ কৰি মায়াৱতীয়ে দিলে ডাঙৰ বাৰ্তা। বিএছপিৰ অধ্যক্ষই কয়, ধৰ্মৰ আঁৰত...

Man Dressed As His Girlfriend

প্ৰেমৰ কি যে অমিয়া টান! বেশভূষা সলাই প্ৰেয়সীৰ সলনি পৰীক্ষালৈ গ’ল প্ৰেমিক, বায়’মেট্ৰিকে পেলালে ফান্দত

প্ৰেমৰ বাবে মানুহে কি কি নকৰে! এই যে সময়ৰ বিপক্ষেই অৱতীৰ্ণ হ’ব যুঁজত; প্ৰেমৰ বাবেই কৰি তুলিব অসম্ভৱক সম্ভৱ! প্ৰেমৰ...

প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

দিল্লীৰ এটা ব্যক্তিগত কোম্পানীৰ চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। অভিযুক্তই কোম্পানীটোৰ এজন প্ৰাক্তন কনিষ্ঠ সহকৰ্মীক দিল্লীৰ এখন পাঁচ...

‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

‘মন্দিৰ উদ্বোধনী অনুষ্ঠানত অযোধ্যালৈ নাহে শ্ৰীৰাম’; স্বপ্নাদেশ পালে লালু-পুত্ৰই!

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ মাত্ৰ এসপ্তাহ বাকী। শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। ইতিমধ্যে ১১ হাজাৰৰো অধিক নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা...

Passenger assaults IndiGo pilot

ইণ্ডিগ’ৰ বিমানত অঘটনঃ কুঁৱলীৰ বাবে বিমান পলম হোৱাৰ কাৰণেই পাইলটক আক্ৰমণ যাত্ৰীৰ

শীতৰ লগতে কুঁৱলীৰ অত্যধিক প্ৰকোপৰ বাবে দেশত ব্যাহত হৈছে বিমান সেৱা। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীত এই সমস্যাই অধিক গা কৰি...

youth attacked by a gang

উৰুকাৰ নিশাই মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ যুৱকক আক্ৰমণ পাঁচজনীয়া দলৰ

দেওবাৰে উৰুকাৰ নিশাই গুৱাহাটী মহানগৰীৰ বশিষ্ট অঞ্চলত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। পাঁচজনীয়া এটা দলৰ আক্ৰমণৰ লগতে ডকাইতিৰ অভিযোগ তুলিছে...

Munawwar Rana

প্ৰখ্যাত উৰ্দু কবি মুনাৱাৰ ৰাণাৰ দেহাৱসান

শাৰীৰিক অসুস্থতাৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত অৱশেষত কালি দেহাৱসান ঘটে উৰ্দু সাহিত্যৰ প্ৰখ্যাত কবি মুনাৱাৰ ৰাণাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স...

India vs Afghanistan Shivam Dube Yashasvi Jaiswal

ইন্দোৰত জয়ছোৱাল-ডুবেৰ বেটিং তাণ্ডৱঃ শৃংখলা নিশ্চিত ভাৰতৰ

ক্ৰমাগত দ্বিতীয় জয়েৰে আফগানিস্তানৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলা দখল কৰিছে ভাৰতে। কালি ইন্দোৰত অনুষ্ঠিত হোৱা শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতে...

Page 1747 of 6625 1 1,746 1,747 1,748 6,625

Stay Connected

Recent News