• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হত্যা কৰা হৈছিল ডিয়েগো মাৰাডোনাক; বিস্ফোৰক দাবী কিংবদন্তিৰ পুত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2024 4:30 pm
কিংবদন্তি মাৰাডোনাৰ সৈতে পুত্ৰ। ফাইল ফটোঃ সংগ্ৰহীত।

কিংবদন্তি মাৰাডোনাৰ সৈতে পুত্ৰ। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনত আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যু হয়। এই দুখৰ খবৰত স্তম্ভিত হৈ পৰে সমগ্ৰ ফুটবল জগত। এই কিংবদন্তি ফুটবল তাৰকাগৰাকীয়ে ৬০ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিছিল যদিও তেওঁৰ মৃত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।

প্ৰাৰম্ভিক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ডিয়েগো মাৰাডোনাৰ স্বাভাৱিকভাৱে মৃত্যু হৈছে। আৰ্জেণ্টিনাৰ ফুটবলাৰগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল। কিন্তু, তেওঁৰ মৃত্যুৰ পিছত বহু প্ৰশ্নৰ উত্থাপন হৈছে। আনকি, বহুতে তেওঁৰ চিকিৎসা প্ৰক্ৰিয়াত সন্দেহ কৰিছিল। এই সন্দেহৰ অন্ত পেলাবলৈ মাৰাডোনাৰ চিকিৎসক আৰু পৰিয়ালৰ সদস্যৰ বিৰুদ্ধেও সম্পূৰ্ণ তদন্ত কৰা হৈছিল।

লগতে পঢ়কঃ মায়াৱতীৰ `একলা চলো’ নীতি! কোনো মিত্ৰজোঁটৰ অংশ নহয়, খেলিব অকলেই নিৰ্বাচন

Apply Now

শেহতীয়াকৈ ডিয়েগো মাৰাডোনাৰ পুত্ৰই এক সাক্ষাৎকাৰত বিস্ফোৰক মন্তব্য কৰিছে। ডিয়েগো আৰ্মাণ্ডো মাৰাডোনা জুনিয়ৰে কয় যে তেওঁৰ পিতৃক হত্যা কৰা হৈছিল। আৰু যিয়ে হত্যা কৰিছে, তেওঁক সকলোৱে ভালদৰে চিনি পায়। এই কথা শুনাৰ লগে লগে সমগ্ৰ ফুটবল জগতত তোলপাৰ লাগিল।

তেওঁ কয়, ‘এতিয়াও তদন্ত চলি আছে। আমি অৰ্থাৎ তেওঁৰ সন্তানসকলে আৰ্জেণ্টিনাৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিছো। মোৰ দৃঢ় বিশ্বাস যে বিষয়টো ইমান সহজে শেষ নহ’ব।’

তেওঁ লগতে কয়, ‘তেওঁলোকে মোৰ দেউতাকক হত্যা কৰিলে। কিন্তু, কোনে হত্যা কৰিলে সেয়া কোৱাটো মোৰ কাম নহয়। এই বিষয়ে মোৰ নিজৰ ধাৰণা আছে। কিন্তু, মই তেনেকৈ ক’ব নোৱাৰো। তেওঁলোকে মোৰ দেউতাকক বচাব পাৰিলেহেঁতেন, কিন্তু তাৰ পৰিৱৰ্তে তেওঁক নিজৰ ভাগ্যৰ ওপৰত এৰি দিলে। এটা কথা ক’ব পাৰো যে মই জীৱনৰ শেষলৈকে ন্যায়ৰ বাবে যুঁজিম।’

লগতে পঢ়কঃপ্ৰাক্তন কনিষ্ঠ সহকৰ্মীক হোটেললৈ আমন্ত্ৰণ; চিইঅ’ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ যুৱতীৰ!

শেষত ডিয়েগো আৰ্মাণ্ডো মাৰাডোনা জুনিয়ৰে কয়, ‘দেউতা যোৱাৰ পিছত মোৰ জীৱনত গভীৰ শূন্যতা আহিছে। সেইটোৱে মোক কেতিয়াও এৰি নাযায়। কিন্তু, সমগ্ৰ পৃথিৱীয়ে তেওঁক যিদৰে মৰম দিছে, সেইটোলে এই শূণ্যতা কিছু পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হৈছে। মই একেবাৰেই নাভাবো যে পিতৃৰ মৃত্যু স্বাভাৱিক আছিল। এই কথা মই মোৰ জীৱনত কেতিয়াও মানি ল’ব নোৱাৰো। এইটো একেবাৰেই উপযুক্ত সময় নহয়।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd