NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০২৫ চনত সমগ্ৰ বিশ্বত বৃদ্ধি পোৱা কাৰ্বন নিৰ্গমনৰ প্ৰায় এক তৃতীয়াংশ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাই হৈছে।...

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

ককৰোচ জনতা পাৰ্টী চমুকৈ চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে শেহতীয়াকৈ কমেডিয়ান সময় ৰাইনাৰ জনপ্ৰিয় শ্ব’ ইণ্ডিয়াজ গট লেটেণ্টক লৈ অসন্তুষ্টি প্ৰকাশ...

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া তথ্য অনুসৰি, ১৯০১ চনৰ পৰা বতৰৰ হিচাপ ৰখাৰ পিছত ভাৰতত এইবাৰৰ জুন মাহটো আটাইতকৈ খৰাং মাহসমূহৰ...

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

নিৰ্বাচন আয়োগৰ বিশেষ নিবিড় ভোটাৰ তালিকা পুনৰীক্ষণ (এছ আই আৰ) প্ৰক্ৰিয়াৰ বিৰোধিতাৰে পুনৰ সৰৱ হৈ পৰিছে বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’। মঙলবাৰে...

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

শেহতীয়াকৈ ডেৰাডুনত হোম ষ্টেত এগৰাকী যুৱতীৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আকৌ হোম ষ্টেত আন এক হত্যাকাণ্ড। কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাত...

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

সোমবাৰে মণ্টেৰেত অনুষ্ঠিত ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ তথা তীব্ৰ উত্তেজনাপূৰ্ণ মেচত নেডাৰলেণ্ডছক পেনাল্টি শ্বুটআউটত পৰাস্ত কৰি মৰক্কোৱে প্ৰতিযোগিতাখনৰ অন্তিম ষোল্লত...

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

ভাৰতে সন্ত্ৰাসবাদী দেশ পাকিস্তানক হাতৰ লগতে ভাতেও মৰাৰ কৌশল গ্ৰহণ কৰিছে। পেহলগামত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পিছতে...

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানক ভূমিস্খলনপ্ৰৱণ হিচাপে চিহ্নিত কৰিছে। গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ...

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

উচ্চতম ন্যায়ালয়ত পৰাজিত ট্ৰাম্প; মহিলা সাংবাদিকক দিব লাগিব ৫০ লাখ ডলাৰ ক্ষতিপূৰণ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আবেদন নাকচ কৰিলে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। ফলত তেওঁ মহিলা সাংবাদিক ই জিন কেৰলক ৫০ লাখ ডলাৰ (ভাৰতীয়...

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

প্ৰতিদিনে বিমানবন্দৰৰ পৰা হাজাৰ হাজাৰ মাইল দূৰলৈ বিমান উৰি থাকে। এই আকাশত ভাসমান বিমানে লাখ লাখ যাত্ৰীক নিজৰ গন্তব্যস্থানলৈ লৈ...

Page 184 of 6703 1 … 183 184 185 … 6,703

Stay Connected

Recent News