NE NOW NEWS

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই ৬ লাখ টকা জৰিমনা; নতুন আইন আনিলে এইখন দেশে

দক্ষিণ-পূব ইউৰোপৰ দেশ আলবেনিয়াত হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে আলবেনিয়া চৰকাৰে সৰ্বোচ্চ ৬,১৩০ মাৰ্কিন ডলাৰ জৰিমনা বিহাৰ আইন আনিছে। ভাৰতীয়...

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

জিম ট্ৰেইনাৰৰ প্ৰেমত পৰি স্বামীক হত্যাৰ পৰিকল্পনা! উপৰ্যুপৰি ছুৰীকাঘাত, মিছন ব্যৰ্থ হোৱাত সোমাল ৰঙাঘৰত

বিবাহ বহিৰ্ভূত প্ৰেমৰ ভয়ানক পৰিণতি। বাটত থকা কাঁইট আঁতৰাবলৈ পত্নীয়ে জিম ট্ৰেইনাৰৰ সহায়ত স্বামীক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু কাহিনীটোত...

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

গ্ৰেটাৰ নয়ডাৰ ৰাষ্ট্ৰীয়কৃত বেংক পঞ্জাব নেচনেল বেংকৰ (পিএনবি) এটা শাখাত গ্ৰাহকৰ সঞ্চয় একাউণ্ট আৰু ফিক্সড ডিপ’জিট (এফডি)ৰ পৰা মুঠ প্ৰায়...

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’ লৈ হিংসাত্মক কাৰ্যকলাপত জড়িত হ’লে চৰকাৰী চাকৰি নাপাব। উত্তৰ প্ৰদেশ চৰকাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে।...

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

ৰাজ্যৰ প্ৰশাসনিক কাম-কাজৰ মূল কেন্দ্ৰ অসম সচিবালয়তে এতিয়া নিত্যব্যৱহাৰ্য সা-সঁজুলিৰ অভাৱে দেখা দিছে। কম্পিউটাৰৰ নাটনিৰ পৰা আৰম্ভ কৰি প্ৰিণ্টাৰৰ চিয়াঁহী,...

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ আন্দোলনক সমৰ্থন জনাই প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহে প্ৰকাশ কৰা এক ভিডিঅ'ৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী...

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

স্বামীৰ পৰিৱৰ্তে আন এজন পুৰুষৰ বাবে কৰৱা চৌথৰ ব্ৰত পালন! কেৱল বন্ধুত্বতে সীমাবদ্ধ নাছিল সম্পৰ্ক, বৰং সেই পুৰুষজনৰ সৈতে পত্নীয়ে...

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ নাগপুৰত বিজেপিক পৰাস্ত কৰি পুনৰ নিজৰ আসন দখল কৰিলে কংগ্ৰেছে। মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নাগপুৰ বিভাগৰ...

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা কৈ আহিলেও প্ৰকৃততে প্ৰভাৱশালী লোকসকল সাৰি যায় নেকি, তাক...

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ দ্ৰুতবেগী গাড়ীৰ খুন্দাত প্ৰাণ গ’ল এজন ৫৫ বছৰীয়া ব্যক্তিৰ। এই ঘটনাৰ তদন্তত গাফিলতি আৰু গোচৰটো গাপ দিয়াৰ...

Page 19 of 6726 1 … 18 19 20 … 6,726

Stay Connected

Recent News