NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Kejriwal

দলীয় কাৰ্যালয় নিৰ্মাণৰ বাবে বিদ্যালয়ৰ ভূমি অধিগ্ৰহণ কৰিছে বিজেপিয়ে! অভিযোগ কেজৰিৱালৰ

কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আপ মুৰব্বীগৰাকীৰ অভিযোগ মতে, বিজেপিয়ে...

Rijiju

জম্মু-কাশ্মীৰত অঘটন: কেন্দ্ৰীয় আইন মন্ত্ৰী ৰিজিজুৰ বাহনত ট্ৰাকৰ খুন্দা

জম্মু-কাশ্মীৰত এক অনাকাংক্ষিত দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু। আজি এখন ট্ৰাকে খুন্দা মাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বাহনত।...

Shurpanakha Kailash Vijayvargiya

‘লেতেৰা কাপোৰ’ পিন্ধা যুৱতী শূৰ্পনাখাৰ দৰে! বিজেপি নেতাৰ উদ্ভট মন্তব্য

চূড়ান্ত নাৰী বিদ্বেষী মন্তব্যৰে পুনৰ এবাৰ চৰ্চালৈ আহিছে দেশৰ শাসকীয় বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ নেতা। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে...

Bangladeshi immigrant held

মহানগৰীত আটক অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী: ভুৱা পাছপ’ৰ্ট উদ্ধাৰ

গুৱাহাটী মহানগৰীত অসম আৰক্ষীয়ে আটক কৰিছে এগৰাকী অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক। আজি পল্টন বজাৰ অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে বাংলাদেশী নাগৰিকজনক।...

Andhra Cops Accused Of Gang-Raping

তদন্তত গাফিলতি! ১১ গৰাকী জনজাতীয় মহিলাৰ দলবদ্ধ ধৰ্ষণত অভিযুক্ত ২১ আৰক্ষীক দোষমুক্ত

২০০৭ চনত অন্ধ্ৰ প্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাত ২১ গৰাকী আৰক্ষীৰ বিৰুদ্ধে জিলাখনৰ এখন গাঁৱত ১১ গৰাকী কন্ধ জনজাতীয় মহিলাক...

PFI

বৰপেটাত সক্ৰিয় ৰূপত PFI! মৌলবাদী শক্তিৰে জড়িত ৩ নেতাক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ

নিষিদ্ধ ঘোষিত ইছলামিক সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া, চমুকৈ PFI সক্ৰিয় হৈ আছে বৰপেটাত! বৰপেটা আৰক্ষীয়ে আজি বৰপেটা ৰোডৰ পৰা...

প্ৰথমে ধৰ্ষণ, ধৰা পৰাৰ ভয়ত শৰীৰত অগ্নি সংযোগ : দলিত হোৱাৰ বাবেই আৰক্ষীয়ে এজাহাৰ ৰুজো নকৰাৰ অভিযোগ

প্ৰথমে ধৰ্ষণ, ধৰা পৰাৰ ভয়ত শৰীৰত অগ্নি সংযোগ : দলিত হোৱাৰ বাবেই আৰক্ষীয়ে এজাহাৰ ৰুজো নকৰাৰ অভিযোগ

বৃহস্পতিবাৰে ৰাজস্থানৰ বৰমেৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। প্ৰথমে এগৰাকী দলিত মহিলাৰ ঘৰত প্ৰৱেশ কৰে অভিযুক্ত ব্যক্তিগৰাকীয়ে। মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ...

Mughal Empire GK 2023

Mughal Empire : ছাত্ৰ-ছাত্ৰীৰ উপযোগী হোৱাকৈ মোগল সাম্ৰাজ্যৰ ইতিহাস সম্পৰ্কীয় কেইটামান বহুবিকল্পধৰ্মী প্ৰশ্নোত্তৰ?

. . Also read : Assamese GK 2023 : ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কেইটামান বহুবিকল্পী প্ৰশ্নোত্তৰ Also read : Assamese GK 2023 on...

খানাপাৰাত জব্দ বৃহৎ পৰিমাণৰ জালনোট

খানাপাৰাত জব্দ বৃহৎ পৰিমাণৰ জালনোট

ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে জালনোটৰ বেহা। শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীয়ে খানাপাৰাত বৃহৎ পৰিমাণৰ জালনোট সহ এজন ব্যক্তিক আটক কৰে।...

অসমত ছুখয় যুদ্ধ বিমানত উৰি ইতিহাস ৰচিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

অসমত ছুখয় যুদ্ধ বিমানত উৰি ইতিহাস ৰচিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

দেশৰ তৃতীয় ৰাষ্ট্ৰপতি তথা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মুৱে আজি বায়ুসেনাৰ যুঁজাৰু বিমানেৰে উৰা মাৰে। ইয়াৰ পূৰ্বে ভাৰতৰ ইতিহাসত...

Page 2195 of 6643 1 2,194 2,195 2,196 6,643

Stay Connected

Recent News