NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

লক্ষ্য ২০২৪! বিজেপিৰ ব্লুপ্ৰিণ্ট সাজু, প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ১০০ ৰেলী

লক্ষ্য ২০২৪! বিজেপিৰ ব্লুপ্ৰিণ্ট সাজু, প্ৰধানমন্ত্ৰী মোদীয়ে কৰিব ১০০ ৰেলী

দেশৰ যিবোৰ ৰাজ্যত বিজেপিৰ দলীয় স্থিতি দুৰ্বল সেইবোৰ ৰাজ্যত দলটোৰ স্থিতি শক্তিশালী কৰিবলৈ বিজেপিয়ে গ্ৰহণ কৰিছে এক অভিলাষী প্ৰকল্পৰ। এনে...

পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা শিক্ষাৰ্থীৰ ওপৰত ইছলামিক সংগঠনৰ আক্ৰমণ

পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা শিক্ষাৰ্থীৰ ওপৰত ইছলামিক সংগঠনৰ আক্ৰমণ

পাকিস্তানৰ পঞ্জাৱ বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰা ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছে এটা ইছলামিক সংগঠনে। এই আক্ৰমণত ১৫ গৰাকী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী আহত হৈছে।...

আবকাৰী গোচৰ : তিহাৰ কাৰাগাৰতো মনীষ ছিছ’দিয়াক জেৰা ইডিৰ

আবকাৰী গোচৰ : তিহাৰ কাৰাগাৰতো মনীষ ছিছ’দিয়াক জেৰা ইডিৰ

মঙলবাৰে ইডি-এ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক কাৰাগাৰতে জেৰা কৰি দিল্লী আবকাৰী নীতিৰ কথিত অনিয়মৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত...

ঢাকাত ভয়ংকৰ বিস্ফোৰণ : ১৪ জন লোকৰ মৃত্যু, ১০০ৰো অধিক লোক আহত

ঢাকাত ভয়ংকৰ বিস্ফোৰণ : ১৪ জন লোকৰ মৃত্যু, ১০০ৰো অধিক লোক আহত

বাংলাদেশৰ ৰাজধানী ঢাকাৰ গুলিস্তান অঞ্চলত মঙলবাৰে ৭ মহলীয়া অট্টালিকাত সংঘটিত বিস্ফোৰণত ১৪ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক...

Landslide in Jammu-Srinagar National Highway

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ভয়াৱহ ৰূপ: এগৰাকী নিহত, আহত ছয়গৰাকী

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত আজি ভয়াৱহ ৰূপ ধাৰণ কৰে ভূমিস্খলনে। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এই ভয়াৱহ ভূমিস্খলনত এগৰাকী লোক নিহত...

Indibor Dewri

বিশিষ্ট চিন্তাবিদ-বুদ্ধিজীৱী ইন্দিবৰ দেউৰীৰ মৃত্যুত ডি ৱাই এফ আইৰ গভীৰ শোক প্ৰকাশ

অসমৰ বৌদ্ধিক আৰু যুক্তিবাদী আন্দোলনৰ এক অগ্ৰণী কাণ্ডাৰী বিশিষ্ট সমাজ বিজ্ঞানী তথা নৃগোষ্ঠীবিদ ইন্দিবৰ দেউৰীৰ আজি মৃত্যু হয়। দীৰ্ঘদিন ধৰি...

BJP on Rahul Gandhi

ভাৰতত ইউৰোপ-আমেৰিকাৰ হস্তক্ষেপ বিচাৰিছে ৰাহুল গান্ধীয়ে! অভিযোগ বিজেপিৰ

বিশ্বৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান লণ্ডনস্থিত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজ ভাষণত ভাৰতীয় গণতন্ত্ৰ আক্ৰমণৰ সন্মুখীন হৈছে বুলি কৰা...

First Woman To Command Combat Unit

ভাৰতীয় বায়ুসেনাৰ ঐতিহাসিক সিদ্ধান্ত: প্ৰথমবাৰৰ বাবে ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ডৰ দায়িত্বত এগৰাকী মহিলা বিষয়া

পৰম্পৰাগতভাৱে চলি অহা প্ৰথা ভংগ কৰি আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় বায়ুসেনাই। প্ৰতিৰক্ষা খণ্ডত মহিলাৰ সহ-অংশগ্ৰহণৰ গুৰুত্ব নিশ্চিত...

Gold seized at Guwahati Railway Station

গুৱাহাটী ৰে’ল ষ্টেচনত ২০ লাখ টকা মূল্যৰ সোণ জব্দ: সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী ৰে’ল ষ্টেচনত আজি ৰে'লৱে আৰক্ষীয়ে জব্দ কৰিছে চোৰাংকৈ সৰবৰাহ কৰা লক্ষাধিক টকা মূল্যৰ সোণ। এগৰাকী সন্দেহযুক্ত সৰবৰাহকাৰীৰ পৰা এই...

বিজেপি চিৰদিন শাসনত নাথাকে, কংগ্ৰেছ চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল ভুলি ভবাটো হাস্যকৰ : ৰাহুল গান্ধী

বিজেপি চিৰদিন শাসনত নাথাকে, কংগ্ৰেছ চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল ভুলি ভবাটো হাস্যকৰ : ৰাহুল গান্ধী

ভাৰত জোড়ো যাত্ৰাৰ ব্যাপক সহাঁৰি আৰু সফলতাৰ পিছত সম্প্ৰতি ব্ৰিটেইন ভ্ৰমণত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সোমবাৰে সন্ধিয়া লণ্ডনত অনুষ্ঠিত...

Page 2249 of 6646 1 2,248 2,249 2,250 6,646

Stay Connected

Recent News