NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিশ্বকাপত একেলগে পিতৃ-পুত্ৰ! গ’লো দিছে, খিতাপো জিকিছে; তালিকাত এনে কিমান ফুটবলাৰ আছে?

বিশ্বকাপত একেলগে পিতৃ-পুত্ৰ! গ’লো দিছে, খিতাপো জিকিছে; তালিকাত এনে কিমান ফুটবলাৰ আছে?

ইতিহাসৰ আটাইতকৈ ডাঙৰ ফুটবল বিশ্বকাপে দুৱাৰত টুকুৰিয়াইছে। ফুটবলৰ জগতৰ আটাইতকৈ ডাঙৰ এই শ্ব’পিছ ইভেণ্ট ১১ জুনৰ পৰা আৰম্ভ হ’ব। কাপৰ...

অহা ৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

অহা ৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি (৩১ মে’) ঘোষণা কৰে যে ৰাজ্যৰ মন্ত্ৰী পৰিষদখন ৫ জুনত সম্প্ৰসাৰণ কৰা হ’ব। ইয়াৰ ফলত...

ছচিয়েল মিডিয়াত বিয়পাই দিয়া হৈছে প্ৰাক্তন পত্নীৰ সৈতে আপত্তিজনক ছবি; আদালতৰ দ্বাৰস্থ নাগা চৈতন্য

ছচিয়েল মিডিয়াত বিয়পাই দিয়া হৈছে প্ৰাক্তন পত্নীৰ সৈতে আপত্তিজনক ছবি; আদালতৰ দ্বাৰস্থ নাগা চৈতন্য

এতিয়া অভিনেতা নাগা চৈতন্যই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ব্যক্তিত্ব সুৰক্ষাৰ পৰা আৰম্ভ কৰি নাগা চৈতন্যৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ...

স্কুলীয়া ছাত্ৰীৰ বাবে কেৰালা চৰকাৰৰ ডাঙৰ উপহাৰ, এতিয়াৰে পৰা প্ৰতি মাহে পাব ঋতুস্ৰাৱৰ ছুটি

স্কুলীয়া ছাত্ৰীৰ বাবে কেৰালা চৰকাৰৰ ডাঙৰ উপহাৰ, এতিয়াৰে পৰা প্ৰতি মাহে পাব ঋতুস্ৰাৱৰ ছুটি

কেৰালাত নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইউডিএফ চৰকাৰে এতিয়া...

সামাজিক মাধ্যমৰ পোষ্টৰ বাবে বিপদত অভিনেতা পৰমব্ৰত চেটাৰ্জী, কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ

সামাজিক মাধ্যমৰ পোষ্টৰ বাবে বিপদত অভিনেতা পৰমব্ৰত চেটাৰ্জী, কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ

কথা বা সামাজিক মাধ্যমৰ পোষ্টৰ যে এক গভীৰ প্ৰভাৱ থাকে, সেই কথা এতিয়া ভালদৰেই মৰ্মে মৰ্মে উপলব্ধি কৰিছে টলিউডৰ জনপ্ৰিয়...

দিল্লীত হঠাতে ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা; বহু হতাহতৰ আশংকা

দিল্লীত হঠাতে ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা; বহু হতাহতৰ আশংকা

দক্ষিণ দিল্লীত সংঘটিত হৈছে বৃহৎ দুৰ্ঘটনা। হঠাৎ ভাঙি পৰিল এটা পাঁচ মহলীয়া অট্টালিকা। ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ...

প্ৰেমত ফুলিছে শতদল… বনৰীয়া হাতীৰ জাকৰ লগত পলাল দুজনী প্ৰশিক্ষিত মাখুন্দী, ৰাষ্ট্ৰীয় উদ্যানত হাহাকাৰ

প্ৰেমত ফুলিছে শতদল… বনৰীয়া হাতীৰ জাকৰ লগত পলাল দুজনী প্ৰশিক্ষিত মাখুন্দী, ৰাষ্ট্ৰীয় উদ্যানত হাহাকাৰ

উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বনৰীয়া হাতীৰ জাকৰ সৈতে দুজনীকৈ প্ৰশিক্ষিত মাইকী হাতী পলাই যোৱাৰ...

জেকলিনৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ নিৰ্দেশ দিল্লী আদালতৰ; সুকেশ-গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰী

জেকলিনৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ নিৰ্দেশ দিল্লী আদালতৰ; সুকেশ-গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰী

২০০ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত এক নতুন মোৰ। দীৰ্ঘদিনীয়া এই গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ বিৰুদ্ধে অভিযোগ গঠনৰ (চাৰ্জ...

গ্ৰীষ্মকালত কণী খোৱাটো সঁচাকৈয়ে বেয়া নেকি? চিকিৎসকে ক’লে আচল কথা

গ্ৰীষ্মকালত কণী খোৱাটো সঁচাকৈয়ে বেয়া নেকি? চিকিৎসকে ক’লে আচল কথা

কণী হৈছে পুষ্টিৰ ভঁৰাল। প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ কণী আমাৰ দৈনন্দিন খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু গৰম দিন...

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশতন্ত্ৰৰ ওপৰত আক্ৰমণ : দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে কটা হ’ব ৮০ হাজাৰতকৈ অধিক গছ, ধ্বংস হ’ব বৃহৎ বনাঞ্চল

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশতন্ত্ৰৰ ওপৰত আক্ৰমণ : দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে কটা হ’ব ৮০ হাজাৰতকৈ অধিক গছ, ধ্বংস হ’ব বৃহৎ বনাঞ্চল

অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলগীয়া দুটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে ৮০ হাজাৰতকৈও অধিক গছ কটা হ’ব আৰু প্ৰায় ১,১৩১ হেক্টৰ বনাঞ্চলৰ...

Page 264 of 6708 1 … 263 264 265 … 6,708

Stay Connected

Recent News