NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

যুদ্ধবিৰতি কেৱল নামত? লেবাননত ইজৰাইলৰ পুনৰ বিধ্বংসী আক্ৰমণৰ সম্প্ৰসাৰণ

যুদ্ধবিৰতি কেৱল নামত? লেবাননত ইজৰাইলৰ পুনৰ বিধ্বংসী আক্ৰমণৰ সম্প্ৰসাৰণ

মধ্য প্ৰাচ্যৰ এক বৃহৎ অংশত শেহতীয়াকৈ পুনৰ উত্তেজনা বিৰাজ কৰিছে। যুদ্ধবিৰতিৰ এক চুক্তি কাৰ্যকৰী হৈ থকাৰ পিছতো ইজৰাইলী বাহিনীয়ে পূব...

স্থায়ী কার্যালয় আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলৰ

স্থায়ী কার্যালয় আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধি দলৰ

গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ এটি প্ৰতিনিধি দলে আজি দিছপুৰৰ জনতা ভৱনত অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ...

হিমালয়ত বৰফৰ আকাল! পিয়াহত আতুৰ হ’ব পাৰে ২০০ কোটি জনতা; আহি আছে নেকি ভয়ংকৰ জল-সংকট?

হিমালয়ত বৰফৰ আকাল! পিয়াহত আতুৰ হ’ব পাৰে ২০০ কোটি জনতা; আহি আছে নেকি ভয়ংকৰ জল-সংকট?

গোলকীয় উষ্ণতা বৃদ্ধিৰ ভয়াৱহ পৰিণতি স্বৰূপ হিন্দু-কুশ হিমালয় অঞ্চলত তুষাৰপাতৰ মাত্ৰা আশংকাজনকভাৱে হ্ৰাস পোৱাৰ এক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। কাঠমাণ্ডুস্থিত...

নৰ্থ-ইষ্ট এন এছ এছ মহোৎসৱ-২৬ : অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সফলতা

নৰ্থ-ইষ্ট এন এছ এছ মহোৎসৱ-২৬ : অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সফলতা

নৰ্থ-ইষ্ট এন এছ এছ (ৰাষ্ট্ৰীয় সেৱা আঁচনি) মহোৎসৱ- ২০২৬ ত অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৬ গৰাকী শিক্ষাৰ্থীয়ে...

গুৱাহাটীৰ কৃত্রিম বান সমস্যাক লৈ অসম নাগৰিক সন্মিলনৰ আলোচনা সভা

গুৱাহাটীৰ কৃত্রিম বান সমস্যাক লৈ অসম নাগৰিক সন্মিলনৰ আলোচনা সভা

যোৱা শনিবাৰে অসম নাগৰিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত ৩০ জনতকৈও অধিক সদস্যই অংশগ্ৰহণ কৰে। ঊনৈশ এপ্ৰিলৰ...

ডিমৌ চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা: মাতৃৰ বিৰুদ্ধে নিজ কন্যাক নিৰ্মমভাৱে হত্যাৰ অভিযোগ

ডিমৌ চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা: মাতৃৰ বিৰুদ্ধে নিজ কন্যাক নিৰ্মমভাৱে হত্যাৰ অভিযোগ

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌ চাহ বাগিচাত এক অতি চাঞ্চল্যকৰ তথা শোকাৱহ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এগৰাকী মাতৃয়ে...

কাইলৈ পুৱা ১০.০ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

কাইলৈ পুৱা ১০.০ বজাত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পৰিচালনা কৰা ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ ২৮ এপ্ৰিল, মঙলবাৰে ঘোষণা...

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন

গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উদ্যোগত যোৱা ২৫ এপ্ৰিলত দ্বিতীয় বাৰ্ষিক লেক্স ইম্পেৰিয়াম মুট ‎কোৰ্ট প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত হৈ যায়। উত্তৰ-পূবৰ...

বিপন্ন প্ৰকৃতি: কৃত্ৰিম উপগ্ৰহৰ জৰীপত ধৰা পৰিল কাৰ্বি পাহাৰৰ উকা হৈ পৰা ভয়ংকৰ ছবি

বিপন্ন প্ৰকৃতি: কৃত্ৰিম উপগ্ৰহৰ জৰীপত ধৰা পৰিল কাৰ্বি পাহাৰৰ উকা হৈ পৰা ভয়ংকৰ ছবি

অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কাৰ্বি আংলং জিলাত বিগত দুটা দশকত বনাঞ্চলৰ ব্যাপক সংকোচন ঘটাৰ এক উদ্বেগজনক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।...

সাৱধান! বিয়াৰ আগত দুবাৰ ভাবক, পত্নীৰ ভয়ংকৰ ৰূপ কেমেৰাত বন্দী কৰি স্বামীয়ে দিলে বিশেষ সতৰ্কবাণী

সাৱধান! বিয়াৰ আগত দুবাৰ ভাবক, পত্নীৰ ভয়ংকৰ ৰূপ কেমেৰাত বন্দী কৰি স্বামীয়ে দিলে বিশেষ সতৰ্কবাণী

শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ সমগ্ৰ নেটদুনিয়াতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। এক্স হেণ্ডেলত এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা...

Page 281 of 6644 1 280 281 282 6,644

Stay Connected

Recent News