• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিহিং পাটকাইত তেল খননৰ তীব্ৰ বিৰোধিতা কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিৰ : অপূৰণীয় পৰিৱেশ ক্ষতিৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 6:18 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ দিহিং সংৰক্ষিত বনাঞ্চলত অইল ইণ্ডিয়া লিমিটেডক হাইড্ৰকাৰ্বন খননৰ বাবে দিয়া অনুমতিৰ তীব্ৰ বিৰোধিতা কৰিছে কাজিৰঙা ৱাইল্ডলাইফ ছ’চাইটিয়ে। জৈৱ বৈচিত্ৰ্যৰে ভৰা এই বনাঞ্চলসমূহক সকলো ধৰণৰ খনন কাৰ্যৰ পৰা সম্পূৰ্ণৰূপে মুক্ত ৰাখিবলৈ ৰাজ্যৰ এই পুৰণি বেচৰকাৰী সংস্থাটোৱে দাবী জনাইছে।

সংস্থাটোৱে এক বিবৃতিত কয় যে দিহিং পাটকাই হৈছে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য। কয়লা খনন, তেল খনন, বেদখল আৰু অবৈধ গছ কটাৰ দৰে কাৰ্যই এই বনাঞ্চলৰ বিস্তৰ ক্ষতিসাধন কৰিছে। এনে স্পৰ্শকাতৰ পৰিৱেশত পুনৰ প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ অনুমতি দিলে আমাৰ বৰ্ষাৰণ্যসমূহ ধ্বংসৰ মুখত পৰিব, যাৰ ফল ভয়াবহ আৰু অপূৰণীয় হ’ব।

Apply Now

১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ অধীনত ডিগবৈ বন সংমণ্ডলৰ প্ৰায় ৪.৯ হেক্টৰ বনভূমি এই প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰাৰ অনুমতি দিয়া হৈছে। প্ৰস্তাৱিত এই স্থান দিহিং পাটকাই হাতী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত, যি বন্যহস্তীৰ বাসস্থান আৰু বিচৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। বনাঞ্চল সংৰক্ষণ কেৱল পৰিৱেশৰ প্ৰতি থকা দায়িত্বই নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবেও ই অত্যন্ত জৰুৰী বুলি ছ’চাইটিয়ে উল্লেখ কৰে।

দিহিং পাটকাইত আঠবিধ মেকুৰী প্ৰজাতিৰ লগতে বহুতো বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটি পোৱা যায়। পৰিৱেশ কৰ্মী মৌচম হাজৰিকায়ো এই তেল খননৰ অনুমতিৰ তীব্ৰ সমালোচনা কৰিছে। বৰ্তমান সময়ত বনাঞ্চল ধ্বংসৰ ফলত খাদ্যৰ অভাৱত মানুহ আৰু হাতীৰ সংঘাত বৃদ্ধি পোৱাৰ সময়ত এই সিদ্ধান্ত অতি চিন্তাজনক বুলি তেওঁ কয়। খনন কাৰ্যই হাতীৰ আহ-যাহ বাধাগ্ৰস্ত কৰিব আৰু সংঘাত অধিক বৃদ্ধি কৰিব, যি বন্যপ্ৰাণী আৰু স্থানীয় ৰাইজ দুয়োৰে বাবে বিপদজনক।

হাজৰিকাই লগতে আঙুলিয়াই দিয়ে যে এই প্ৰকল্পৰ বাবে অতি ঘন আৰু অক্ষত অৱস্থাত থকা বনাঞ্চলখনৰ প্ৰায় ১৩৫ জোপা গছ কাটিব লাগিব। হাইড্ৰকাৰ্বন আহৰণৰ বাবে এনে চহকী প্ৰাকৃতিক আৱাসস্থল ধ্বংস কৰাটোৱে পৰিৱেশ আৰু নৈতিকতাৰ ফালৰ পৰা প্ৰশ্নৰ সৃষ্টি কৰিছে। পূবৰ আমাজান হিচাপে পৰিচিত দিহিং পাটকাইত ৫০০ তকৈ অধিক হাতী, ৪৭ বিধ স্তন্যপায়ী প্ৰাণী আৰু প্ৰায় ২৯৩ বিধ চৰাইৰ বাসস্থান। এই সংলগ্ন বনাঞ্চলত হোৱা যিকোনো ক্ষতিয়ে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিব বুলি বিশেষজ্ঞসকলেও সতৰ্ক কৰি দিছে।

প্ৰকল্পটোৰ বাবে পথ নিৰ্মাণ, খনন আৰু আৱৰ্জনা পেলোৱাৰ ফলত সৃষ্টি হ’ব পৰা দীৰ্ঘম্যাদী পৰিৱেশগত বিপদৰ বিষয়েও হাজৰিকাই উদ্বেগ প্ৰকাশ কৰে। গভীৰ গাঁত খান্দি কৰা খননৰ ফলত তেল নিৰ্গত হৈ সমগ্ৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ আশংকা আছে। আন জিলাত ক্ষতিপূৰণ হিচাপে গছপুলি ৰোপণৰ প্ৰস্তাৱ দিয়া হৈছে যদিও ই কেতিয়াও এখন পূৰ্ণাংগ বৰ্ষাৰণ্যৰ বিকল্প হ’ব নোৱাৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে। পৰিৱেশ আৰু বহনক্ষম উন্নয়নৰ স্বাৰ্থত এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ তেওঁ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd