• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিট পৰীক্ষাৰ্থীৰ বাবে ১৫ মিনিট অতিৰিক্ত সময়ৰ ঘোষণা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 3:56 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২০২৬ চনৰ ২১ জুন তাৰিখে অনুষ্ঠিত হবলগীয়া নিট ইউ জি পৰীক্ষাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কেইটামান ছাত্ৰ ছাত্ৰীৰ উপযোগী সালসলনি ঘোষণা কৰিছে। ১২ জুন তাৰিখে প্ৰকাশ পোৱা এখন চৰকাৰী জাননীত কোৱা হৈছে যে এই পদক্ষেপসমূহৰ মূল উদ্দেশ্য হৈছে পৰীক্ষাটো অধিক নিকা আৰু নিৰাপদ কৰাৰ লগতে পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰখা।

বিগত বৰ্ষসমূহৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ সময়সীমা ১৯৫ মিনিটলৈ বৃদ্ধি কৰিছে। এতিয়াৰে পৰা পৰীক্ষা দিনৰ ২ বজাৰ পৰা ৫ বাজি ১৫ মিনিটলৈ অনুষ্ঠিত হ‘ব। সংস্থাই স্পষ্ট কৰি দিছে যে এই সময়ছোৱাৰ ভিতৰতে পৰীক্ষাৰ পূৰ্বে কৰিবলগীয়া নিয়মসমূহ যেনে উপস্থিতিৰ কাকতত স্বাক্ষৰ কৰা আৰু পৰীক্ষকৰ নিয়মীয়া পৰীক্ষণ আদি অন্তৰ্ভুক্ত থাকিব। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলে প্ৰশাসনিক কামৰ বাবে নিজৰ লিখাৰ সময়খিনি হেৰুৱাব লগা নহয় আৰু কেৱল প্ৰশ্নকাকতত সম্পূৰ্ণ মনোযোগ দিব পাৰিব।

Apply Now

আন এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনুসৰি পৰীক্ষাৰ্থীসকলক হিচাপ আৰু অংক কৰিবলৈ প্ৰশ্নকাকতত আগতকৈ অধিক ঠাই প্ৰদান কৰা হ‘ব। এতিয়াৰে পৰা ২ খন পাতৰ পৰিৱৰ্তে ৪ খন পাত দিয়া হ’ব যাতে ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় হিচাপ, টোকা বা চিত্ৰ আঁকিবলৈ পৰ্যাপ্ত ঠাই পায়। আগতে এই পাতসমূহ কেৱল প্ৰশ্নকাকতৰ শেষতহে দিয়া হৈছিল। কিন্তু এতিয়া ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে ২ খন পাত নিৰ্দেশনাৰ ঠিক পিছতে থাকিব আৰু বাকী ২ খন শেষৰ ফালে থাকিব। বাওঁহতীয়া পৰীক্ষাৰ্থীসকলৰ বাবে আগৰ ব্যৱস্থাটো অলপ অসুবিধাৰ কাৰণ হৈছিল বাবে এই নতুন ব্যৱস্থাই তেওঁলোকক বিশেষভাৱে সহায় কৰিব বুলি জানিবলৈ দিয়া হৈছে। ইংৰাজী আৰু আঞ্চলিক ভাষাৰ দুয়োখন প্ৰশ্নকাকততে এই নতুন ব্যৱস্থা উপলব্ধ হ’ব।

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই উল্লেখ কৰিছে যে এনে সৰু সৰু পৰিৱৰ্তনসমূহেও ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত এক ইতিবাচক প্ৰভাৱ পেলাব পাৰে। পৰীক্ষাৰ নিকা আৰু নিৰাপত্তা ব্যৱস্থা অটুট ৰাখি ছাত্ৰ ছাত্ৰীসকলক এক আৰামদায়ক পৰিৱেশ দিয়াটোৱেই তেওঁলোকৰ মূল লক্ষ্য।

পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ আৰু তথ্য পুস্তিকাত থকা নিৰ্দেশনাসমূহ ভালদৰে পঢ়ি চাবলৈ আৰু পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰৰ কৰ্মচাৰীসকলক সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে। অধিক জানিবলৈ বা কিবা প্ৰশ্ন থাকিলে ছাত্ৰ ছাত্ৰীসকলে ৯১-১১-৪০৭৫৯০০০ নম্বৰত ফোন কৰি বা নিটৰ আনুষ্ঠানিক ইমেইল নিট ইউ জি ২০২৬ এট এন টি এ ডট এ চি ডট ইন ত যোগাযোগ কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am
যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

যন্তৰ মন্তৰত প্ৰতিবাদ! অভিজিৎ দীপকেকে ধৰি ৩ চিজেপি নেতাক সতৰ্কতামূলক গ্ৰেপ্তাৰ আৰক্ষীৰ

October 11, 2026 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd