NE NOW NEWS

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Sibsagar protest

অবৈধ মাটি খনন আৰু কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ জাতীয় সংগ্ৰামী সেনা

আজি শিৱসাগৰ জিলা বন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি এক প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত...

নিজৰ দেশতে বিৰোধৰ সন্মুখীন পুটিন: ৰাছিয়াৰ সচেতন জনতাই বিচৰা নাই যুদ্ধ

নিজৰ দেশতে বিৰোধৰ সন্মুখীন পুটিন: ৰাছিয়াৰ সচেতন জনতাই বিচৰা নাই যুদ্ধ

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিশ্বজুৰি যিদৰে সমালোচনাৰ সন্মুখীন হৈছে ঠিক তেনেদৰে নিজৰ দেশতো সমালোচনাৰ পৰা...

President Ram Nath Kovind in Assam

তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে। বিমান...

Video message fro stranded student fro Ukrain

ইউক্ৰেইনত আৱদ্ধ শুৱালকুছিৰ ছাত্ৰী; যুদ্ধভূমিৰ পৰা দুৰ্দশাৰ কথা বৰ্ণনা কৰি প্ৰেৰণ কৰিলে ভিডিঅ’ বাৰ্তা

ইউক্ৰেইনত এতিয়া যুদ্ধৰ আতংক। ৰাছিয়াৰ আক্ৰমণৰ ফলত দেশখনত বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে। চৌদিশে ছানি ধৰিছে জুই আৰু ধোঁৱাই।বোমা বিস্ফোৰণৰ শব্দই...

biden-modi-putin

ন যযৌ ন তস্থৌ ভাৰত! ইউক্ৰেইন যুদ্ধত ভাৰতৰ ‘সন্তুলন ৰক্ষা’ৰ কূটনৈতিক স্থিতিক লৈ অসন্তুষ্ট বিডেন?

ভাৰতে ইউক্ৰেইন যুদ্ধত কোনো পক্ষ লোৱা নাই। ইয়াৰ পৰিৱৰ্তে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ মাজত সন্তুলন ৰক্ষা কৰি চলাৰ নীতি...

126180_89e7aab8a3cf49b5bca88334480ea74a_16x9_1200x676_1645698243627

পাকিস্তানী ধনকুবেৰৰ পুত্ৰই ডিঙি কাটি হত্যা কৰিছিল বান্ধৱীক; আদালতে দিলে মৃত্যুদণ্ড

নিজৰ সৰুকালৰ বান্ধৱী তথা প্ৰাক্তন কূটনীতিকৰ কন্যাক ডিঙি কাটি হত্যা কৰাৰ অভিযোগত পাকিস্তানী ধনকুবেৰৰ পুত্ৰক আদালতে দিলে মৃত্যুদণ্ডৰ ৰায়। পাকিস্তানৰ...

Indians in Ukrain

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে? চাওক সৱিশেষ

ইউক্ৰেইনত যুদ্ধৰ উৎকণ্ঠা, উদ্বিগ্নতাৰ মাজত সময় পাৰ কৰিছে দেশখনত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা নাগৰিকসকলে। কেনেকৈ ইউক্ৰেইনৰ পৰা তেওঁলোক নিজৰ দেশলৈ...

1st-T20-India-beat-Sri-Lanka-by-62-runs-take

টীম ইণ্ডিয়াৰ বেটিং তাণ্ডৱ! টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক হৰুৱাই অগ্ৰগতি ভাৰতৰ

বৃহস্পতিবাৰে লক্ষ্ণৌত অনুষ্ঠিত টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক ভাৰতে অনায়াসে পৰাজিত কৰে।মেচখনত ভাৰতে শ্ৰীলংকাক ৬২ৰাণৰ ব্যৱধানত পৰাজিত কৰে। টছত জিকি...

images

গুগলত নিৰাপদ আশ্ৰয় বিচাৰক; ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক লুকাই থাকিবলৈ পৰামৰ্শ ভাৰতৰ

যুদ্ধৰ বাবে ইউক্ৰেইনত আৱদ্ধ হৈ পৰা ভাৰতীয়সকলক ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ পৰা পৰামৰ্শ দি পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে গুগল মেপ চাই...

Russia-Ukraine crisis

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: কিয়েভত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান, পাঁচ সেনা নিহত

ক্ৰমাৎ যুদ্ধৰ বিভীষিকাই দহিছে ইউক্ৰেইন। যুদ্ধৰ দাবানলে আতংকিত কৰিছে দেশখন। শেহতীয়াকৈ কিয়েভত ইউক্ৰেইনৰ এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ পোৱা...

Page 2849 of 6678 1 … 2,848 2,849 2,850 … 6,678

Stay Connected

Recent News