• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউক্ৰেইনত আৱদ্ধ শুৱালকুছিৰ ছাত্ৰী; যুদ্ধভূমিৰ পৰা দুৰ্দশাৰ কথা বৰ্ণনা কৰি প্ৰেৰণ কৰিলে ভিডিঅ’ বাৰ্তা

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
February 25, 2022 1:14 pm
Video message fro stranded student fro Ukrain
202
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত এতিয়া যুদ্ধৰ আতংক। ৰাছিয়াৰ আক্ৰমণৰ ফলত দেশখনত বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে। চৌদিশে ছানি ধৰিছে জুই আৰু ধোঁৱাই।বোমা বিস্ফোৰণৰ শব্দই কঁপাই তুলিছে আকাশ-বতাহ।

যুদ্ধ চলি থকাৰ মাজতে ইউক্ৰেইনত আৱদ্ধ হৈ পৰিছে সমগ্ৰ ভাৰতৰ লগতে  অসমৰো বহু ছাত্ৰ-ছাত্ৰী। যুদ্ধ জৰ্জৰিত ইউক্ৰেইনত শুৱালকুছিৰ এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীও আৱদ্ধ হৈ আছে।

দ্বীপশিখা দাস নামৰ ছাত্ৰীগৰাকী ইউক্ৰেইনৰ উজ্জৰুড বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান বিষয় অধ্যয়ন কৰি আছে।

লগতে পঢ়ক: ন যযৌ ন তস্থৌ ভাৰত! ইউক্ৰেইন যুদ্ধত ভাৰতৰ ‘সন্তুলন ৰক্ষা’ৰ কূটনৈতিক স্থিতিক লৈ অসন্তুষ্ট বিডেন?

দেশখনত বোমা বিস্ফোৰণ, মৰ্টাৰ আক্ৰমণ চলি থকাৰ মাজতে সাংবাদিকলৈ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে ছাত্ৰীগৰাকীয়ে।

ইউক্ৰেইনত এতিয়া বিমানসেৱা ৰে’লসেৱা আদি সকলো বন্ধ। সেইদৰে বন্ধ হৈ পৰিছে বেংক সেৱাও। ছাত্ৰী গৰাকীৰ হাতত এতিয়া টকা-পইচা নাই।

আনহাতে, ইউক্ৰেইনত খাদ্যৰ নাটনিও দেখা গৈছে। এনে পৰিস্থিতিত ছাত্ৰীগৰাকী এতিয়া হাহাকাৰ অৱস্থাৰ সন্মুখীন হৈছে।

ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ শুৱালকুছিৰ দ্বীপশিখা দাসে কাতৰ আহ্বান জনাই কয়, ‘অতি শীঘ্ৰে ইউক্ৰেইনৰ পৰা মোক উদ্ধাৰ কৰক।‘

লগতে পঢ়ক: পাকিস্তানী ধনকুবেৰৰ পুত্ৰই ডিঙি কাটি হত্যা কৰিছিল বান্ধৱীক; আদালতে দিলে মৃত্যুদণ্ড

ইপিনে, দ্বীপশিখাৰ শুৱালকুছিৰ ঘৰখনটো এতিয়া ছাত্ৰীগৰাকীক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় তাকলৈ হাহাকাৰ লাগিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd