NE NOW NEWS

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

হিজাব ইছলামৰ অপৰিহাৰ্য অংগ নহয়: আদালতত কৰ্ণাটক চৰকাৰে স্পষ্ট কৰিলে স্থিতি

হিজাবকলৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকাৰ মাজতে কৰ্ণাটক চৰকাৰে আজি এই স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত পুনৰ নিজৰ স্থিতি স্পষ্ট কৰে। শিক্ষানুষ্ঠানত হিজাব...

বিধ্বংসী বানে ৰূপ সলাই পেলাইছে ব্ৰাজিলৰ মনোৰম চহৰ পেট্ৰোপলিছৰ, ওলায়েই আছে মৃতদেহ

বিধ্বংসী বানে ৰূপ সলাই পেলাইছে ব্ৰাজিলৰ মনোৰম চহৰ পেট্ৰোপলিছৰ, ওলায়েই আছে মৃতদেহ

ব্ৰাজিলৰ এখন বিতোপন চহৰ পেট্ৰোপলিছ। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু চহৰ খনৰ ৰূপ এতিয়া কদৰ্য কৰি তুলিছে বিধ্বংসী বানে। বিগত তিনি...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ কংকাল উদ্ধাৰকলৈ চাঞ্চল্য

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ কংকাল উদ্ধাৰকলৈ চাঞ্চল্য

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত আজি পুৱা এটা ঢেকীয়াপতীয়া বাঘৰ কংকাল উদ্ধাৰ হোৱাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীয়ে...

কাজিৰঙাৰ শুকান ঘাঁহনিত জুই লগাই দিলে কৰ্তৃপক্ষই, কিন্তু কিয়?

কাজিৰঙাৰ শুকান ঘাঁহনিত জুই লগাই দিলে কৰ্তৃপক্ষই, কিন্তু কিয়?

ফাগুনৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাত বলিবলৈ লোৱা পচোৱা বতাহৰ সময়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি জ্বলোৱাৰ নিয়ন্ত্ৰিত প্ৰক্ৰিয়া আৰম্ভ হয় ৷...

Ahmedabad bomb blast

ধাৰাবাহিক বোমা বিস্ফোৰণত জড়িত ৩৮ সন্ত্ৰাসবাদীক মৃত্যুদণ্ড বিহিলে আদালতে

এজন দুজন নহয়, ৩৮জনকৈ সন্ত্ৰাসবাদীক মৃত্যুদণ্ড দিয়া হ’ব! গুজৰাটৰ এখন বিশেষ আদালতে প্ৰদান কৰিছে এই ৰায়। ২০০৮ চনত আহমেদাবাদত ঘটি...

টেট শিক্ষকক ককৰ্থনা: শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ

টেট শিক্ষকক ককৰ্থনা: শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি শিক্ষকৰ প্ৰতিবাদ

শিক্ষামন্ত্ৰী ৰণোজ পেগুই শিক্ষক সমাজক কৰা ককৰ্থনাই টেট উত্তীৰ্ণ শিক্ষক সমাজৰ মাজত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্য বিচাৰি যোৱা...

Supreme Court to UP govt

যোগী আদিত্যনাথৰ শিৰনত: উচ্চতম ন্যায়ালয়ৰ সকিয়নীত থৰকাছুটি হেৰাল উত্তৰ প্ৰদেশ চৰকাৰৰ

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ চৰকাৰ অৱশেষত বাধ্য হ’ল শিৰনত কৰিবলৈ। উত্তৰ প্ৰদেশ চৰকাৰৰ অবিবেচকী আৰু টোঘলকী জনবিৰোধী নীতি পৰিত্যাগ কৰিবলৈ...

বঙাইগাঁৱত উপস্থিত পৌৰসভা নিৰ্বাচনৰ পৰ্যবেক্ষক পৰাগ কুমাৰ কাকতি

বঙাইগাঁৱত উপস্থিত পৌৰসভা নিৰ্বাচনৰ পৰ্যবেক্ষক পৰাগ কুমাৰ কাকতি

অহা ৬ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ বাবে চৰকাৰে পৰ্যবেক্ষক হিচাবে নিযুক্তি দিয়া কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া...

BJP MLA hate speech

সাৱধান! হিন্দুৱে সাৰ পালে দাড়ি টানি বেণী গুঠি দিয়া হ’ব! মুছলমানক সকিয়নী বিজেপি বিধায়কৰ

কেন্দ্ৰত হিন্দুত্ববাদী বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা দেশৰ সংবিধানক ধোঁৱাচাঙত তুলি, ধৰ্মনিৰপেক্ষতাক নিতৌ উপহাস কৰি মুছলমান সকলৰ বিৰুদ্ধে...

এইবাৰ আহোম যুগৰ ঐতিহাসিক ৰংচাই বিলত শেনচকু ভূ মাফিয়াৰ

এইবাৰ আহোম যুগৰ ঐতিহাসিক ৰংচাই বিলত শেনচকু ভূ মাফিয়াৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ভূ মাফিয়াৰ দপদপনি। শিৱসাগৰতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই। শেহতীয়াকৈ শিৱসাগৰৰ ঐতিহাসিক স্থানৰ ওপৰতো চকু পৰিছে ভূ...

Page 2859 of 6679 1 … 2,858 2,859 2,860 … 6,679

Stay Connected

Recent News