NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিদ্যালয়লৈ জিন্স পিন্ধি অহা পাঁচ গৰাকী শিক্ষকক কাৰণ দৰ্শোৱা জাননী

বিদ্যালয়লৈ জিন্স পিন্ধি অহা পাঁচ গৰাকী শিক্ষকক কাৰণ দৰ্শোৱা জাননী

দেশত পূৰ্বে কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা মহাৰাষ্ট্ৰৰ আদিবাসী জিলা পালঘৰত সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে পালঘৰৰ...

0c28vjmg_barricades-at-delhi-borders-_625x300_02_February_21

বেৰিকেড-ফেন্সিঙৰ পিছত এইবাৰ কৃষকক ৰুধিবলৈ দিল্লী সীমান্তৰ ৰাজপথত বান্ধিলে পকী বেৰা!

কৃষক আন্দোলনৰ অনিৰুদ্ধ গতি আৰু সংগঠিত ৰূপৰ দৃঢ়তা দেখি থৰকাছুটি হেৰুৱাইছে নেকি কেন্দ্ৰীয় চৰকাৰ তথা দিল্লী আৰক্ষীয়ে! কেন্দ্ৰৰ তিনি বিতৰ্কিত...

অসমত নহয় ৰিপুন বৰাৰ ছুনামি বাংলাদেশত আহিব : হিমন্ত বিশ্ব শৰ্মা

অসমত নহয় ৰিপুন বৰাৰ ছুনামি বাংলাদেশত আহিব : হিমন্ত বিশ্ব শৰ্মা

‘সাগৰত ছুনামি আহে, সাগৰৰ কাষত বাংলাদেশ থাকে। গতিকে ৰিপুন বৰাৰ ছুনামি বাংলাদেশত হ'ব। আমি নদীৰ পাৰৰ সৰু সুৰা বতাহৰ লগত...

১০ বছৰত শুভমন গীল সৰ্বশ্ৰেষ্ঠ অপেনিং বেটছমেন হ’ব, এই মন্তব্য এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

১০ বছৰত শুভমন গীল সৰ্বশ্ৰেষ্ঠ অপেনিং বেটছমেন হ’ব, এই মন্তব্য এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাধৰ অপেনাৰ শুভমন গীলক প্ৰশংসাৰে উপচাই পেলাইছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন চাইনামেন বলাৰ ব্ৰেড হগে। অহা ১০ বছৰত শুভমন...

a man

কৰ্মফল: গৈছিল চৰাই মাৰিবলৈ, কিন্তু ঘটিল বেলেগ ঘটনা! চাওঁক ভিডিঅ’

আকাশেৰে উৰি যোৱা চৰাই নিধন কৰি এসাজ খোৱাৰ উদ্দেশ্যেৰে এইজন লোকে গৈছিল পথাৰলৈ। পথাৰৰ ওপৰেৰে উৰি গৈ থকা চৰাইক লক্ষ্য...

david-nongru

হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু মেঘালয়ৰ কংগ্ৰেছ বিধায়ক ডেভিদ নংৰামৰ

হৃদৰোগত আক্ৰান্ত হৈ আজি পুৱা মৃত্যু ঘটে মেঘালয়ৰ কংগ্ৰেছ বিধায়ক ডেভিড নংৰামৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪২ বছৰ। মেঘালয়ৰ...

Virat Kohli

আন এক বিশ্ব অভিলেখ গঢ়াৰ পৰা মাত্ৰ এটা শতক দূৰত বিৰাট কোহলী

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টেষ্ট শৃংখলাটোত এক অনন্য বিশ্ব অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিব।...

bhaba

বাক্সাৰ ভূটান সীমান্তৰ দৰঙামেলা শশীপুৰৰ গেৰেজ লাইনত ভয়াৱহ অগ্নিকাণ্ড

বাক্সাৰ ভূটান সীমান্তৰ দৰঙামেলা শশীপুৰৰ গেৰেজ লাইনত সোমবাৰে নিশা  সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত জাহ গৈছে চাৰিখনকৈ বাহন। কাঞ্চা...

a actrs

পঞ্চতাৰকাযুক্ত হোটেলৰ শৌচাগাৰত অভিনেত্ৰীক বলাৎকাৰৰ অপচেষ্টা, ক’ত ঘটিল এই ঘটনা?

দেশত এতিয়া বৃদ্ধি পাইছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা। এতিয়া নিশ্চিদ্ৰ সুৰক্ষা ব্যৱস্থাৰে পৰিৱেষ্টিত পঞ্চতাৰকাযুক্ত হোটেলো নহয় মহিলাৰ বাবে সুৰক্ষিত স্থান।...

সীতাৰ নেপাল আৰু ৰাৱণৰ লংকাৰ তুলনাত ৰামৰ ভাৰতত পেট্ৰ’লৰ মূল্য অধিক : সুব্ৰমণিয়ম

সীতাৰ নেপাল আৰু ৰাৱণৰ লংকাৰ তুলনাত ৰামৰ ভাৰতত পেট্ৰ’লৰ মূল্য অধিক : সুব্ৰমণিয়ম

পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰাৰ বিষয়টোক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীয়ে নিজৰ চৰকাৰকে আক্ৰমণৰ লক্ষ্য...

Page 2967 of 5983 1 2,966 2,967 2,968 5,983

Stay Connected

Recent News