• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু মেঘালয়ৰ কংগ্ৰেছ বিধায়ক ডেভিদ নংৰামৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 12:42 pm
david-nongru
327
VIEWS
Share on FacebookShare on Twitter

হৃদৰোগত আক্ৰান্ত হৈ আজি পুৱা মৃত্যু ঘটে মেঘালয়ৰ কংগ্ৰেছ বিধায়ক ডেভিড নংৰামৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪২ বছৰ।

মেঘালয়ৰ মাউৰেংনেং সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হোৱা নংৰামৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্য খনতে শোকৰ ছাঁ পৰিছে।

আজি পুৱা বিধায়কগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক লগে লগে শ্বিলঙৰ ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ হেলথ এণ্ড মেডিকেল ছায়েন্সলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

২০১৮ চনত কংগ্ৰেছত যোগদান কৰা নংৰামৰ পিতৃ চাৰ্লছ পিনগ্ৰপে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ লগতে মেঘালয় বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল।

 

Extremely saddened by the sudden demise of Sh. David Nongrum, Hon'ble MLA from Meghalaya. He was a young, dynamic and vocal leader who executed an impactful tenure. My heartfelt condolences to the family in this hour of grief. May his soul rest in peace. pic.twitter.com/bk2kUOqFgO

— Conrad K Sangma (@SangmaConrad) February 2, 2021

অকাল মৃত্যুক সাৱটি লোৱা নংৰামে একেৰাহে দুবাৰকৈ মেঘালয় বিধানসভালৈ নিৰ্বাচিত হৈছিল।

বিধায়ক নংৰামৰ অকাল মৃত্যুত ৰাজ্যখনৰ ব্যক্তিয়ে দল-মত নিৰ্বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ডেভিড নংৰামৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইটাৰত কৈছে যে নংৰাম এগৰাকী অতি কৰ্মযোগী ব্যক্তি আছিল।

ৰাজ্য খনৰ বিভিন্ন সমস্যাকলৈ তেওঁ সততে সৰৱ আছিল বুলিও চাংমাই টুইটাৰত মন্তব্য কৰিছে।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd