• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেৰিকেড-ফেন্সিঙৰ পিছত এইবাৰ কৃষকক ৰুধিবলৈ দিল্লী সীমান্তৰ ৰাজপথত বান্ধিলে পকী বেৰা!

দিল্লী সীমান্তত বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱাৰ লগতে খোৱা পানীৰ যোগান!

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 3:07 pm
0c28vjmg_barricades-at-delhi-borders-_625x300_02_February_21
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক আন্দোলনৰ অনিৰুদ্ধ গতি আৰু সংগঠিত ৰূপৰ দৃঢ়তা দেখি থৰকাছুটি হেৰুৱাইছে নেকি কেন্দ্ৰীয় চৰকাৰ তথা দিল্লী আৰক্ষীয়ে!

কেন্দ্ৰৰ তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত যোৱা দুমাহৰো অধিক দিন অবিৰতভাৱে দিল্লীৰ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সীমান্তত অব্যাহত থকা কৃষক আন্দোলনস্থলীলৈ বৰ্তমানেও দিল্লী সীমান্তৱৰ্তী বিভিন্ন ৰাজ্যৰ পৰা বৈ আছে কৃষকৰ সোঁত।

Apply Now

কৃষকৰ এই নিৰৱিচ্ছিন্ন সোঁত দেখিয়ে থৰকাছুটি হেৰুৱাইছে দিল্লী আৰক্ষীয়ে।

কৃষকসকলক সংগঠিত হ’বলৈ বাধা প্ৰদান কৰাৰ লগতে আন্দোলনৰত কৃষকৰ মনোবল ভাঙিবলৈ দিল্লী আৰক্ষীয়ে ইটোৰ পিছত সিটো হঠকাৰী কাণ্ড কৰিবলৈ আৰম্ভ কৰিছে।

বিশেষকৈ ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱস দিনাৰ কৃষকৰ ট্ৰেক্টৰ ৰেলীয়ে সংঘটিত কৰা বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ পিছত দিল্লী আৰক্ষীয়ে যেন কৃষকৰ ওপৰত মানসিক হেঁচা দিবলৈ এক সোণালী সুযোগহে লাভ কৰিলে।

ইয়াৰ পিছতে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত চৰকাৰে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে পুনৰ ব’ল্ডাৰ বেৰিকেড, ফেন্সিং আদি দি কৃষকক বাধা দিয়াৰ প্ৰয়াস কৰি আহিছে। বন্ধ কৰি দিয়া হৈছে খোৱা পানীৰ যোগান।

ইফালে ইমানৰ পিছতো কৃষকৰ সমদলক নাকি লগাবলৈ সক্ষম নোহোৱাৰ পিছত উত্তৰ প্ৰদেশৰ গাজিপুৰত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৃষকৰ ওপৰত বৰ্বৰভাৱে লাঠি চালনা কৰি আক্ৰমণ কৰিছে।

ইয়াৰ পিছতো স্তব্ধ হোৱা নাই দিল্লী সীমান্তলৈ কৃষকৰ আগমণ। এইবাৰ কৃষকৰ সোঁতক বাধা প্ৰদান কৰিবলৈ দিল্লী আৰক্ষীয়ে ৰাজপথত ব’ল্ডাৰ বেৰিকেড, ফেন্সিঙ আদি দিয়াৰ পৰিৱৰ্তে নিৰ্মাণ কৰিছে পকী দেৱাল।

সোমবাৰে সিঙ্ঘু সীমান্তত ৰ’ড চিমেন্টেৰে এই পকী বেৰা নিৰ্মাণ কৰাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইফালে গাজিপুৰ সীমান্ততো বেৰিকেড নিৰ্মাণ কৰি প্ৰতিটো ক্ষণতে ড্ৰোণেৰে নিৰক্ষীণ কৰি থকা হৈছে।

আনহাতে টিকৰি সীমান্তত বহুতৰপীয়া বেৰিকেড তৈয়াৰ কৰি কৃষকক ভেটা দিয়াৰ চেষ্টা কৰিছে দিল্লী আৰক্ষীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd