NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কিছু সময় পিছতেই আমিনগাঁৱত অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হ’ব জেপি নাড্ডা

কিছু সময় পিছতেই আমিনগাঁৱত অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হ’ব জেপি নাড্ডা

বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাথি দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা। ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী...

IMG-20210111-WA0009

গোৱালপাৰাত চাঞ্চল্য : এজন ৭০ উৰ্দ্ধৰ ব্যক্তিৰ গুলীচালনাত ২ মহিলাসহ ৬ গৰাকী লোক আহত

গোৱালপাৰা চহৰত এজন ৭০ বছৰ উৰ্দ্ধৰ ব্যক্তিৰ গুলীচালনাত দুগৰাকী মহিলাসহ ৬ জন লোক আহত হৈছে। ঘটনাৰ বিৱৰণীৰ মতে পৌৰসভাৰ প্ৰাক্তন...

৪২,৭০০ লোকক উপকৃত কৰাৰ লক্ষ্যৰে মৰিয়নিৰ সোণোৱাল চাহ বাগিছাত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

৪২,৭০০ লোকক উপকৃত কৰাৰ লক্ষ্যৰে মৰিয়নিৰ সোণোৱাল চাহ বাগিছাত পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

আজি সোমবাৰে মৰিয়নিৰ সোণোৱাল চাহ বাগিছাত এক গ্ৰেটাৰ পাইপ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ জনস্বাস্থ্য, কাৰিকৰী,...

হনুমা বিহাৰীয়ে ক্ৰিকেটক হত্যা কৰিছে, বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ উদ্ভট মন্তব্য

হনুমা বিহাৰীয়ে ক্ৰিকেটক হত্যা কৰিছে, বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ উদ্ভট মন্তব্য

ছিডনীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট ড্ৰ ৰূপে সমাপ্ত হয়। পঞ্চম দিনৰ আৰম্ভণিতে অধিনায়ক আজিংক ৰাহানে পেভেলিয়মুখী...

ছিডনী টেষ্টৰ নায়ক হনুমা বিহাৰী চতুৰ্থ টেষ্টৰ পৰা বাহিৰ!

ছিডনী টেষ্টৰ নায়ক হনুমা বিহাৰী চতুৰ্থ টেষ্টৰ পৰা বাহিৰ!

আঘাতৰ সমস্যাই বাৰুকৈয়ে শলঠেকত পেলাইছে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলক। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে ছিডনী টেষ্ট ড্ৰ কৰাৰ নায়ক হনুমা বিহাৰীয়ে...

মাৰ্ঘেৰিটাত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ২০২১ উদযাপনৰ ব্যাপক প্ৰস্তুতি

মাৰ্ঘেৰিটাত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ২০২১ উদযাপনৰ ব্যাপক প্ৰস্তুতি

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এক নং আলুবাৰীৰ ৰাজখোৱা পথাৰত পোন প্ৰথমবাৰৰ বাবে প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ২০২১ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা...

index.jpgaaaaaaa

মাৰ্ঘেৰিটাত ধঁ‌পাত জাতীয় সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত ১৪৪ ধাৰাত নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ

মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই এক প্ৰেছ বাৰ্তা যোগে মহকুমাটোত তৎকালে বলৱৎ হোৱাকৈ ধঁ‌পাত জাতীয় সামগ্ৰী বিক্ৰীৰ...

২০০২ চনৰ পৰা মথাউৰিত বাস কৰি অহা এই লোকসকলৰ মাজত নাই ভোগালীৰ উচাহ

২০০২ চনৰ পৰা মথাউৰিত বাস কৰি অহা এই লোকসকলৰ মাজত নাই ভোগালীৰ উচাহ

ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি। ধনী-দুখীয়া সকলোৱে নিজৰ সাধ্য অনুসৰি হেপাহৰ ভোগালী বিহুটি উদযাপনৰ আয়োজন কৰিছে। কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰম...

index.jpg

জাগুন আৰক্ষীৰ অভিযান : ৫ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ; জেইল হাজোতলৈ প্ৰেৰণ

মাৰ্ঘেৰিটা মহকুমাৰ জাগুনত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নিষিদ্ধ ড্ৰাগছ কানীৰ ৰমৰমীয়া বেহা। দেওবাৰে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত লাকলা, ৯...

কাজিৰঙাৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

কাজিৰঙাৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাছ ধৰাত নিষেধাজ্ঞা প্ৰশাসনৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত এলেকাৰ ভিতৰৰ বিলসমূহত মাঘ বিহুৰ উৰুকাৰ দিনা সমূহীয়াভাৱে মাছ মৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কাজিৰঙা...

Page 3016 of 5973 1 3,015 3,016 3,017 5,973

Stay Connected

Recent News