NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

index.jpgaa

নদীৰ পাৰত গুপ্তধনৰ সন্ধান! : সোণ-ৰূপৰ সন্ধানত দিন-ৰাতি নৈ পাৰত মাটি খন্দাত ব্যস্ত অসংখ্য লোক

নৈৰ পাৰত পোৱা গৈছে গুপ্ত ধনৰ লগতে সোণ আৰু ৰূপ। এই বাতৰি বিয়পি পৰাৰ লগতে এখন নদীৰ পাৰত অসংখ্য লোকে...

মন্থৰ বেটিঙৰ এক অনন্য অভিলেখত নাম সন্নিবিষ্ট হ’ল হনুমা বিহাৰীৰ

মন্থৰ বেটিঙৰ এক অনন্য অভিলেখত নাম সন্নিবিষ্ট হ’ল হনুমা বিহাৰীৰ

ভাৰতীয় বেটছমেন হনুমা বিহাৰীয়ে সোমবাৰে ছিডনী টেষ্টৰ দ্বিতীয় ইনিংছত ৰবিচন্দ্ৰন আশ্বিনৰ সৈতে ধৈৰ্য্য আৰু দৃঢ়তাৰে বেটিং কৰি মেচখন ড্ৰ কৰে।...

Farm laws

বিতর্কিত কষি আইন সম্পৰ্কত সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

প্ৰায় ঢেৰ মাহ ধৰি দেশৰ ৰাজধানীৰ সীমান্ত অঞ্চলত প্ৰতিবাদৰত বিদ্ৰোহী কৃষকসকলৰ বাবে কিছু সকাহ কঢ়িয়াই আনিছে উচ্চতম ন্যায়ালয়ৰ এক ৰায়ে।...

WhatsApp Image 2021-01-11 at 2.18.59 PM

ঋষভ পন্টৰ গাৰ্ড নষ্ট কৰিবলৈ ক্ৰীজত জোতাৰে ঘৰ্ষণ স্মিথৰ; ভিডিঅ’ত ধৰা পৰিল দুস্কাৰ্য

ছিডনী টেষ্টত ভাৰতৰ দুৰ্দান্ত বেটিঙত হতাশ হৈ অসৎ পন্থা অৱলম্বন কৰি ধৰা পৰিল টীম অষ্ট্ৰেলিয়াৰ অধিনায়ক স্টিভ স্মিথ। ভাৰতীয় বেটছমেন...

a nathu-godweb

গান্ধী হত্যাকাৰী নাথুৰামৰ নামত পুথিভঁৰাল স্থাপন কৰিলে হিন্দু মহাসভাই

মহামানৱ মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেকলৈ এতিয়া সস্তীয়া ৰাজনীতিত নামি পৰিল হিন্দু মহাসভা। মহাত্মাৰ হত্যাকাৰীৰ নামেৰে এতিয়া স্থাপন কৰা হৈছে...

WhatsApp Image 2021-01-11 at 12.51.04 PM

বিদ্যালয় খোলাৰ পাছতেই কৰ’নাৰ সংক্ৰমণ; ৩১গৰাকী ছাত্ৰ-শিক্ষক পজিটিভ

কৰ’নাৰ সংক্ৰমণৰ বাবে বিভিন্ন ৰাজ্যই বিদ্যালয় খোলাক লৈ ভিন্ন মত পোষণ কৰি আহিছে। অসমত বিদ্যালয়সমূহ খুলিছে যদিও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি তাকৰ...

a fire

চিকাগোত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণত ৪ জন নিহত,পুলিচে নিধন কৰিলে আক্ৰমণকাৰীক

বন্দুকধাৰীৰ আক্ৰমণত কঁপি উঠিল চিকাগো চহৰ। এজন বন্দুকধাৰী লোকে চিকাগোৰ কেইবা স্থানতো আক্ৰমণ সংঘটিত কৰি তিনিজন লোকক হত্যা কৰে। লোকজনে...

WhatsApp Image 2021-01-11 at 11.52.15 AM

অলপৰ বাবে শতৰাণৰ পৰা বঞ্চিত হ’লেও অষ্ট্ৰেলিয়াত অনন্য অভিলেখ গঢ়িলে ঋষভ পন্টে

শৰীৰত আঘাত লৈও অষ্ট্ৰেলিয়াৰ ছিডনী টেষ্টত এক বিস্ফোৰক ইনিংছ খেলিলে ঋষভ পন্টে।  মাত্ৰ ৩ৰাণৰ বাবে শতৰাণৰ পৰা বঞ্চিত হয় পন্ট।...

a cova

কোভিডৰ ভেকচিন কোভাক্সিনৰ বিৰুদ্ধে আপত্তি দৰ্শালে এই গৰাকী স্বাস্থ্য মন্ত্ৰীয়ে,কোন তেওঁ

১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব কোভিড ভেকচিন প্ৰয়োগৰ প্ৰক্ৰিয়া। এনে সময়তে দেশৰ এখন ৰাজ্যৰ এগৰাকী স্বাস্থ্য মন্ত্ৰীয়ে ভাৰত বায়’টেকে...

Cheteswar Pujara

ছিডনীত টেষ্ট কেৰিয়াৰৰ অনবদ্য মাইলষ্ট’ন স্পৰ্শ কৰিলে চেতেশ্বৰ পূজাৰাই

অষ্ট্ৰেলিয়াত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ছিৰিজত এক অনবদ্য অভিলেখৰ অধিকাৰী হ’ল ভাৰতীয় বেটছমেন চেতেশ্বৰ পূজাৰা। ছিডনী টেষ্টৰ পূৰ্বে টেষ্টত পূজাৰাৰ...

Page 3017 of 5973 1 3,016 3,017 3,018 5,973

Stay Connected

Recent News