NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিদ্ৰোহ দীঘলীয়া হোৱাৰ ইংগিত; প্ৰতিবাদস্থলীত কৃষিকৰ্ম আৰম্ভ কৰিছে প্ৰতিবাদী কৃষকে

বিদ্ৰোহ দীঘলীয়া হোৱাৰ ইংগিত; প্ৰতিবাদস্থলীত কৃষিকৰ্ম আৰম্ভ কৰিছে প্ৰতিবাদী কৃষকে

বিতৰ্কিত তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লী সংযোগী সীমান্ত অঞ্চলসমূহত আজি ৩১ দিনেও অব্যাহত আছে কৃষক বিদ্ৰোহ। বুৰাৰিৰ নিৰংকাৰী সমাগম...

police_cehecking_2-750x375

ম্যাদ উকলিছে? ড্ৰাইভিং লাইচেন্সকে ধৰি নথিসমূহৰ নবীকৰণৰ সময়সীমা বৃদ্ধি কৰিলে কেন্দ্ৰই

চলিত বছৰৰ ১ ফেব্ৰুৱাৰিতে উকলিছিল ম্যাদ। কিন্তু কৰ’না ভাইৰাছৰ পৰিস্থিতিৰ বাবে কেইবাবাৰো সময়সীমা বৃদ্ধি কৰি অৱশেষত অহা ৩১ ডিচেম্বৰ অন্তিম...

DgoxVgzU8AAHMG4

‘এছএলএ চি’য়ে প্ৰশিক্ষণ প্ৰদান কৰা ৪৫ গৰাকী প্ৰাৰ্থী অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ

ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ বাবে এক সুখবৰ। ২৪ ডিচেম্বৰত অসম লোকসেৱা আয়োগে ঘোষণা কৰা ২০১৮ বৰ্ষৰ ফলাফলত ছাত্ৰ...

WhatsApp Image 2020-12-27 at 9.09.21 PM

বানে উটুৱাই নিয়া বিদ্যালয় স্বেচ্ছাসেৱী সংস্থা ‘খালছা চেণ্টাৰ নৰ্থ ইষ্ট’য়ে নিৰ্মাণ কৰি দেখুৱালে মহানুভৱতা

মৰিগাঁও জিলাৰ  লাহৰীঘাট শিক্ষা খণ্ডত বিগত সময়ত বানে উটুৱাই লৈ যোৱা এখন প্ৰাথমিক বিদ্যালয় "খালছা চেণ্টাৰ নৰ্থ ইষ্ট "নামৰ স্বেচ্ছাসেৱী...

Saurav Ganguli

জল্পনা তুংগত! হঠাতে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ মহাৰাজ সৌৰভ গাংগুলীৰ

দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাক যেন এক নতুন মাত্ৰা দিলে দেওবাৰে হঠাতে ৰাজভৱনলৈ গৈ ৰাজ্যপালক সৌৰভ গাংগুলীয়ে সাক্ষাৎ কৰা ঘটনাই।...

হিমালয়ত জমা হোৱা প্লাষ্টিক পৰিষ্কাৰ কৰা প্ৰদীপ চাংৱান কোন?, ‘মন কী বাত’ত প্ৰধান মন্ত্ৰীৰ প্ৰশংসা

হিমালয়ত জমা হোৱা প্লাষ্টিক পৰিষ্কাৰ কৰা প্ৰদীপ চাংৱান কোন?, ‘মন কী বাত’ত প্ৰধান মন্ত্ৰীৰ প্ৰশংসা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মন কী বাত’ অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি বিভিন্ন বিষয় দাঙি ধৰে। মন কী বাতত আজি...

যোৰহাটৰ তিতাবৰত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

যোৰহাটৰ তিতাবৰত নাৰী সৰবৰাহকাৰী গ্ৰেপ্তাৰ

যোৰহাট জিলাৰ তিতাবৰত আজি এগৰাকী নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। বহিঃৰাজ্যলৈ এগৰাকী ছাত্রীক চালান দিবলৈ চেষ্টা কৰাৰ সময়তে যোৰহাট আৰক্ষীৰ...

মৰিয়নীৰ নগাধূলীত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ

মৰিয়নীৰ নগাধূলীত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ

যোৰহাট জিলাৰ মৰিয়নীৰ নগাধূলীত আজি এটা প্ৰাপ্তবয়স্ক নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হয়। দুপৰীয়াৰ ভাগত নগাধূলী চাহ বাগিচাত খৰি আনিবলৈ যোৱা...

৬ জুলাইৰ পৰা জনসাধাৰণৰ বাবে পুনৰ মুকলি হ’ব দেশৰ স্মৃতিস্তম্ভ সমূহ

ক’ৰ’নাৰ শংকা কমিল!, তাজমহলত বৃদ্ধি কৰা হ’ল পৰ্যটকৰ দৈনিক প্ৰৱেশৰ সংখ্যা

আগ্ৰা জিলা প্ৰশাসনে তাজমহলত দৈনিক দৰ্শনাৰ্থীৰ প্ৰৱেশৰ সংখ্যা বৃদ্ধি কৰিছে। শেহতীয়াভাৱে আগ্ৰা জিলা প্ৰশাসনে দৈনিক তাজমহলত প্ৰৱেশ কৰিব বিচৰা দৰ্শনাৰ্থীৰ...

উত্তৰ-পূব চীনত চুৰিকাঘাত; সাতগৰাকী ব্যক্তিৰ মৃত্যু, সাতগৰাকী আঘাতপ্ৰাপ্ত

উত্তৰ-পূব চীনত চুৰিকাঘাত; সাতগৰাকী ব্যক্তিৰ মৃত্যু, সাতগৰাকী আঘাতপ্ৰাপ্ত

উত্তৰ-পূব চীনত সংঘটিত হোৱা চুৰিকাঘাতত অতিকমেও সাতগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ লগতে অন্য সাত গৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। উত্তৰ-পূব চীনৰ...

Page 3053 of 5966 1 3,052 3,053 3,054 5,966

Stay Connected

Recent News