• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ম্যাদ উকলিছে? ড্ৰাইভিং লাইচেন্সকে ধৰি নথিসমূহৰ নবীকৰণৰ সময়সীমা বৃদ্ধি কৰিলে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2020 8:10 am
police_cehecking_2-750x375

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: ইন্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বছৰৰ ১ ফেব্ৰুৱাৰিতে উকলিছিল ম্যাদ। কিন্তু কৰ’না ভাইৰাছৰ পৰিস্থিতিৰ বাবে কেইবাবাৰো সময়সীমা বৃদ্ধি কৰি অৱশেষত অহা ৩১ ডিচেম্বৰ অন্তিম সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল।

পিচে, সেই সময়সীমা আকৌ বৃদ্ধি কৰিলে। নতুন নিৰ্দেশনা অনুসৰি অহা বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে ড্ৰাইভিং লাইচেন্স, গাড়ীৰ পঞ্জীয়ন, ফিটনেছ প্ৰমানপত্ৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথিৰ নবীকৰণৰ দিন।

Apply Now

দেওবাৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে কৰ’না পৰিস্থিতিৰ বাবে পুনৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

নিৰ্দেশনা অনুসৰি, যোৱা ১ ফেব্ৰুৱাৰিত ম্যাদ উকলি যোৱা বা নতুন বছৰৰ ৩১ মাৰ্চৰ ভিতৰত যিসমূহ নথিৰ ম্যাদ উকলিব, সেইবোৰ ৩১ মাৰ্চলৈকে নবীকৰণ কৰিব পৰা যাব।

ইয়াকে লৈ চতুৰ্থবাৰৰ বাবে ড্ৰাইভিং লাইচেন্স, গাড়ীৰ পঞ্জীয়ন, ফিটনেছ প্ৰমানপত্ৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথিৰ নবীকৰণৰ ম্যাদ বৃদ্ধি কৰা হ’ল।

যোৱা আগষ্টত কেন্দ্ৰই এই ম্যাদ ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছিল।

ইয়াৰ পাছতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এখন নিৰ্দেশনা দি জনোৱা হৈছে যে লকডাউনৰ বাবে ড্ৰাইভিং লাইচেন্সৰ দৰে নথিসমূহ নাগৰিকসকলে নবীকৰণ কৰিব পৰা নাই।

এতিয়া সেই নবীকৰণ কৰাৰ বাবে দেশৰ সকলো পৰিবহন কাৰ্যালয়ৰ সন্মুখত লোকে ভিৰ কৰিছে আৰু দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে। ফলত সামাজিক দূৰত্বৰ বিধি উলংঘা কৰা হৈছে বুলি অনুভৱ কৰিছে সংশ্লিষ্ট কৰ্তপক্ষই।

এনে পৰিস্থিতিত সাধাৰণ নাগৰিক, পৰিবহন সংস্থা তথা আন সংস্থাসমূহে যাতে সমস্যা বা লাঞ্চনাৰ বলি হ’বলগীয়া নহয় সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কেন্দ্ৰই নিৰ্দেশ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd