ব্ৰিটেইনৰ পৰা অসমলৈ উভতি অহা এজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জানিবলৈ দিয়ে যে ব্ৰিটেইনৰ অসমলৈ উভতি অহা এজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। স্বাস্থ্যমন্ত্ৰী...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জানিবলৈ দিয়ে যে ব্ৰিটেইনৰ অসমলৈ উভতি অহা এজন ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। স্বাস্থ্যমন্ত্ৰী...
নতুন বৰ্ষৰ পহিলা জানুৱাৰিৰ পৰা দেশত বাধ্যতামূলক হ’ব FASTags। বৃহস্পতিবাৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নতুন বৰ্ষৰ ১ জানুৱাৰিৰ...
বিশ্বত কৰ’না পৰিস্থিতিৰ উন্নতি নঘটাৰ বাবে এতিয়াও উদ্বিগ্নতা কমা নাই। বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা ফিফাই এনে পৰিস্থিতিত ২০২১ৰ ফুটবলৰ জুনিয়ৰ...
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া বক্সিং ডে’ টেষ্টৰ বাবে এঘাৰজনীয়া ভাৰতীয় দল ঘোষণা কৰে বি চি চি আয়ে। শুকুৰবাৰে ঘোষণা...
দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী তথা বিজেপিৰ পিতামহ স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু...
মহৰ কামোৰৰ পৰা হাত সাৰিব পৰা মানুহ কিম্বা মহৰ কামোৰ খোৱা নাই এনে মানুহ পাবলৈ নাই। মহৰ কামোৰৰ পোৰণি কম-বেছি...
জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ প্ৰত্যাহাৰৰ কৰাৰ পাছতে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ভাৰতীয় জনসাধাৰণৰ ৰোষৰ সন্মুখিন হৈছিল ছোৱাইব আখতাৰ। পৰৱৰ্তী সময়ত...
ভিয়েটনামত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোক সকললৈ ভাৰতৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰা হৈছে। চেণ্ট্ৰেল ভিয়েটনাৰ বানপানীত ক্ষতিগ্ৰস্ত লোক সকললৈ...
টীম ইণ্ডিয়াৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই বহু মেচত ভাৰতক বিজয় আনি দিয়া গৌতম গম্ভীৰ ৰাজনৈতিক ক্ষেত্ৰখনতো সফলতা লাভ কৰিছে। বৰ্তমান...
অসমত কোভিডৰ সংক্ৰমণৰ হাৰ অব্যাহত আছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত পুনৰ কোভিডৰ সংক্ৰমণৰ ফলত চাৰিগৰাকী ব্যক্তিৰ মৃত্যু হয়। ইয়াৰ ফলত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd