নিৰ্বাচনলৈ টঙালি বান্ধি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সেৱা জনালে অ:জা:প:ৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দলীয় কেইবাগৰাকীও বিষয়ববীয়াৰ সৈতে আজি টীয়কৰ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ...