NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

index.jpg1

ভূমি বিবাদ : পঞ্চায়তৰ মধ্যস্থতাকাৰী সভাতে সংঘৰ্ষ; পিতা-পুত্ৰ নিহত, কেবাজনো আহত

যোগী আদিত্যনাথ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত পুনৰ ভূমি বিবাদকলৈ হোৱা সংঘৰ্ষত নিহত হৈছে দুই পিতা-পুত্ৰ। মৃত লোক দুজনৰ নাম হৈছে...

এম এছ ধোনী এগৰাকী ভাল ফুটবলাৰো আছিল : জেজে লালপেখুলাই

এম এছ ধোনী এগৰাকী ভাল ফুটবলাৰো আছিল : জেজে লালপেখুলাই

দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা মহেন্দ্ৰ সিং ধোনী ফুটবল খেলতো ভাল আছিল বুলি...

index.jpgm

নৃশংস! : বোৱাৰীয়েক আৰু দুবছৰীয়া নাতিনীয়েকক হত্যা কৰি নিজেও আত্মহত্যা কৰিলে এজন লোকে

এক লোমহৰ্ষক হত্যাকাণ্ডৰ লগতে এক আত্মহত্যাই কঁপাই গৈছে আৰুণাচল প্ৰদেশৰ লংডিং জিলা। এগৰাকী লোকে নিজৰ বোৱাৰী আৰু দুবছৰীয়া নাতিনীয়েকক নৃশংসভাৱে...

800x-1

ত্ৰাহি-মধুসূদন চীনৰ! : প্ৰলয়ংকৰী বানে খাদ্য সংকট নমাই আনিছে চুবুৰীয়া দেশ চীনত!

সংকটে লগ নেৰা হৈছে বিশ্বৰ অন্যতম বৃহৎ ৰহস্যময়ী দেশ চীনক। ক’ৰ’না সন্ত্ৰাসৰ পিছতে বাৰে বাৰে অহা প্ৰলয়ংকৰী বানত ত্ৰাহি-মধুসূধন আওৰাইছে চীনে।...

ধোনীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে : সুব্ৰমনিয়ন স্বামী

ধোনীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে : সুব্ৰমনিয়ন স্বামী

ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে...

image.jpgaaa

ছমাহৰ পিছত বৰফত পোত গৈ থকা এগৰাকী সেনাৰ মৃতদেহ উদ্ধাৰ

দেশৰ ৭৪ সংখ্যক স্বাধীনতাৰ দিৱসৰ দিনাই পাকিস্তান সীমান্তৰ বৰফত ছমাহ দিন পোত গৈ থকা এজন সেনাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।...

চাহ শ্ৰমিকৰ দৈনিক মজুৰি সাময়িকভাৱে ৩০ টকাকৈ বৃদ্ধি : শ্ৰমিকলৈ ‘ললিপপ’ আখ্যা প্ৰদেশ কংগ্ৰেছৰ

কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি : সাংসদ পল্লৱ দাস

সুযোগ সুবিধা পালেই বিৰোধী কংগ্ৰেছক সমালোচনা কৰা তেজপুৰৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে পুনৰ এবাৰ কংগ্ৰেছক...

index.jpga

৭৪ সংখ্যক স্বাধীনতা দিৱসত কোকিলা প্ৰেছ ক্লাৱৰ উদ্যোগত আদৰ্শ শিক্ষক, আদৰ্শ খেতিয়ক আৰু কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা ও বটাঁ প্ৰদান

সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাৰ কোকিলা প্ৰেছ ক্লাৱত ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন কৰে প্ৰেছ ক্লাৱৰ সভাপতি...

index

বঙাইগাঁৱত স্বাধীনতা দিৱসৰ দিনা স্বাধীনতা সংগ্ৰামীক মৰণোত্তৰভাৱে সম্বৰ্ধনা গণতান্ত্ৰিক যুৱ পৰিষদ অসমৰ

"গণতান্ত্রিক যুৱ পৰিষদ অসম চমুকৈ (জিপা)ই ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অভয়াপুৰি উত্তৰ বিধানসভা সমিষ্টিৰ বালাৰচৰ গাঁৱৰ পেঞ্চন...

LS-750x375

নেপালত ভয়ংকৰ ভূমিস্খলন : শিশু-মহিলাসহ ১৮ গৰাকী মৃত্যু, ২১ গৰাকী সন্ধানহীন

দেওবাৰে (১৬ আগষ্ট) নেপালত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। নেপালৰ চৰকাৰী সূত্ৰই কৰা প্ৰকাশ অনুসৰি দেশখনৰ সিন্ধুপালচ’ক জিলাত দেওবাৰে সংঘটিত ভয়ানক...

Page 3444 of 5978 1 3,443 3,444 3,445 5,978

Stay Connected

Recent News