• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি : সাংসদ পল্লৱ দাস

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 16, 2020 4:04 pm

1 min read

চাহ শ্ৰমিকৰ দৈনিক মজুৰি সাময়িকভাৱে ৩০ টকাকৈ বৃদ্ধি : শ্ৰমিকলৈ ‘ললিপপ’ আখ্যা প্ৰদেশ কংগ্ৰেছৰ

সাংসদ পল্লৱ লোচন দাসৰ ফাইল ফটো

372
VIEWS
Share on FacebookShare on Twitter

সুযোগ সুবিধা পালেই বিৰোধী কংগ্ৰেছক সমালোচনা কৰা তেজপুৰৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে পুনৰ এবাৰ কংগ্ৰেছক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

দেওবাৰে সাংসদ দাসে সংবাদ মাধ্যমৰ আগত কয় যে ২০২১ চনত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাই বিজেপিক একো ক্ষতি নকৰে।

এই সন্দৰ্ভত তেওঁ কয়, ‍‘কংগ্ৰেছ-এ আই য়ু ডি এফৰ মিত্ৰতাক লৈ চিন্তিত নহয় বিজেপি। আমাৰ দলটোক আগবঢ়াই লৈ যোৱাটোৱেই আমাৰ মূল লক্ষ্য’।

ইফালে কিছুদিন পূৰ্বে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্য মন্ত্ৰী হ’ব পৰা দক্ষতা থকা বুলি কৰা মন্তব্য সম্পৰ্কত সাংবাদিকে সাংসদ দাসৰ মন্তব্য জানিব বিচৰাত তেওঁ অত্যন্ত সাৱধানতাৰে উত্তৰ দিয়ে।

তেওঁ কয়, ‍‘২০২১ চনত কোন মুখ্য মন্ত্ৰী হ’ব সেই সম্পৰ্কে ক’ব পৰা মোৰ কোনো অধিকাৰ নাই, দলে ইয়াৰ সিদ্ধান্ত ল’ব’।

আনহাতে আছুৰ নতুন দল সম্পৰ্কত তেওঁ কয়, ‍‘আছুৰ বহু শীৰ্ষ পৰ্যায়ৰ নেতা বিজেপিৰ সৈতে যোগাযোগ কৰি আছে। কা আন্দোলনৰ লগত জৰিত কেইবাজনো নেতা অক্টোবৰ-নৱেম্বৰ মাহত বিজেপিত যোগদান কৰিব’।

উল্লেখ্য যে, ২০২১ চনৰ এপ্ৰিল মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠাৰ পিছতে শাসকীয় আৰু বিৰোধী দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ বাকযুদ্ধ তুংগত উঠিছে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd