NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

index-12-750x375

পুনৰ অশান্ত হৈ উঠিব নেকি লাডাখৰ ভাৰত-চীন সীমান্ত! : দুই দেশৰ মাজত আৰম্ভ বাক বিতণ্ডা

ভাৰত আৰু চীনৰ মাজৰ ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্ক আৰু অৱনতি ঘটিছে নেকি! কালি অনুষ্ঠিত ভাৰত চীনৰ মাজৰ ৰুদ্ধদ্বাৰ ভিডিঅ’ বৈঠকে...

index

সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ প্ৰস্তাৱ : ১৫ জুলাইৰ ভিতৰত CBSE ১০ম আৰু ১২শ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ অৱশিষ্ট পৰীক্ষাসমূহ বাতিলৰ প্ৰস্তাৱ দিছে। ইফালে দশম আৰু দ্বাদশ...

শিৱসাগৰত জুৱাৰ ঘাটি উৎখাত; পলাতক জুৱাৰ আড্ডা বহোৱা পৌৰসভাৰ কৰ্মচাৰী

শিৱসাগৰত জুৱাৰ ঘাটি উৎখাত; পলাতক জুৱাৰ আড্ডা বহোৱা পৌৰসভাৰ কৰ্মচাৰী

বৃহস্পতিবাৰে নিশা শিৱসাগৰত এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত কৰা হয়। শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত গায়েন গাঁৱত জুৱাৰ এই আড্ডা চলি আহিছিল। যোৱা...

চি আৰ পি এফ দলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ; এজন জোৱান ছহিদ আৰু এটি শিশুৰ মৃত্যু

চি আৰ পি এফ দলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ; এজন জোৱান ছহিদ আৰু এটি শিশুৰ মৃত্যু

জম্মু-কাশ্মীৰৰ অনন্তনাগত আজি এটা চি আৰ পি এফ বাহিনীৰ দলত উগ্ৰপন্থীয়ে আক্ৰমণ কৰা ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উগ্ৰপন্থীৰ এই...

মুম্বাইত ২৮ জুনৰ পৰা খুলিব চেলুন আৰু বিউটি পাৰ্লাৰ

মুম্বাইত ২৮ জুনৰ পৰা খুলিব চেলুন আৰু বিউটি পাৰ্লাৰ

মুম্বাইৰ ৰেড জ'নৰ চেলুন আৰু বিউটি পাৰ্লাৰ সমূহ নিৰ্দিষ্ট নিয়মৰ মাজেৰে ২৮ জুনৰ পৰা খোলাৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰে...

নাগালেণ্ডত পোন্ধৰ গৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱান ক’ৰ’না পজিটিভ

নাগালেণ্ডত পোন্ধৰ গৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱান ক’ৰ’না পজিটিভ

নাগালেণ্ডৰ জখামত থকা ভাৰতীয় সেনা বাহিনীৰ চাউনীৰ ১৫ গৰাকী সেনা জোৱানৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। নাগালেণ্ডৰ জখামত থকা...

JP Nadda

কংগ্ৰেছী শাসনত PMNRFৰ টকা দিয়া হৈছিল ৰাজীৱ গান্ধী ফাউণ্ডেশ্যনক : জে পি নড্ডা

ভাৰত-চীনৰ মাজৰ সংঘাতক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰা কংগ্ৰেছ দলক এইবাৰ উভতি ধৰিছে শাসনাধিষ্ঠ বিজেপিয়ে। বিজেপিৰ...

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত প্ৰশিক্ষণলৈ উভতিল ভাৰতীয় দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত প্ৰশিক্ষণলৈ উভতিল ভাৰতীয় দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বৃহস্পতিবাৰে পুনৰ খেলপথাৰত প্ৰশিক্ষণ আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক তথা বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মাই। ক'ৰ'নাৰ...

দক্ষিণ এছিয়াত চীনৰ আগ্ৰাসন; বিশ্বত নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই

দক্ষিণ এছিয়াত চীনৰ আগ্ৰাসন; বিশ্বত নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই

ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ বিভিন্ন দেশ যেনে মালেছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদিৰ কাৰণে চীনে সৃষ্টি কৰা ভাবুকিক নিয়ন্ত্ৰণ কৰাৰ বাবে আমেৰিকা...

Page 3500 of 5895 1 3,499 3,500 3,501 5,895

Stay Connected test

ADVERTISEMENT

Recent News