DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত প্ৰশিক্ষণলৈ উভতিল ভাৰতীয় দলৰ তাৰকা অপেনিং বেটছমেন ৰোহিত শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 26, 2020 11:22 am
ৰোহিত শৰ্মা, উৎস-ইণ্টাৰনেট

ৰোহিত শৰ্মা, উৎস-ইণ্টাৰনেট

514
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বৃহস্পতিবাৰে পুনৰ খেলপথাৰত প্ৰশিক্ষণ আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ সহ-অধিনায়ক তথা বিস্ফোৰক অপেনিং বেটছমেন ৰোহিত শৰ্মাই।

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰজোৰা ল’কডাউনৰ বাবে নিজ গৃহতে আৱদ্ধ হৈ থকা ৰোহিত শৰ্মাই প্ৰশিক্ষণ আৰম্ভ কৰাৰ আলোকচ্চিত্ৰ ছ’চিয়েল মিডিয়াত আপলোড কৰে।

ফটোত ৩৩ বছৰীয়া ক্ৰিকেটাৰ গৰাকীক  প্ৰশিক্ষণৰ অন্তত মুখত পানী ঢালি থকা দেখা গৈছে।

”খেলপথাৰত ট্ৰেইনিং কৰিব পাৰি ভাল লাগিছে। দীৰ্ঘদিনৰ বিৰতিৰ অন্তত কিছু ট্ৰেইনিং কৰিব পাৰিছো,” ৰোহিত শৰ্মাই ছ’চিয়েল মিডিয়াত ফটো আপলোড কৰি লিখে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বৰ্তমান সময়ত ভাৰতীয় দলৰ ক্ৰিকেটাৰ সকল নিজ গৃহতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

ৰোহিত শৰ্মাৰ উপৰিও কিছুদিনপূৰ্বে ভাৰতীয় দলৰ আন এগৰাকী অপেনিং বেটছমেন শিখৰ ধাৱানক বাহিৰলৈ ওলাই আহি পথৰ কাষত থকা গৰুক আহাৰ দিয়া দেখা গৈছিল।

ৰোহিত শৰ্মাই প্ৰশিক্ষণ আৰম্ভ কৰিলেও অধিনায়ক বিৰাট কোহলী এতিয়াও নিজ গৃহতে আছে।

নিজ গৃহত থকা জিমতে কোহলীয়ে অভিনেত্ৰী পত্নী অনুস্কা শৰ্মাৰ সৈতে নিজকে সুস্থ কৰি ৰখাৰ বাবে অনুশীলন চলায় গৈছে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd