• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দক্ষিণ এছিয়াত চীনৰ আগ্ৰাসন; বিশ্বত নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 26, 2020 10:46 am

1 min read

দক্ষিণ এছিয়াত চীনৰ আগ্ৰাসন; বিশ্বত নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰই

মাইক পম্পেয়ো

7.7k
VIEWS
Share on FacebookShare on Twitter

ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ বিভিন্ন দেশ যেনে মালেছিয়া, ইণ্ডোনেছিয়া, ফিলিপাইনছ আদিৰ কাৰণে চীনে সৃষ্টি কৰা ভাবুকিক নিয়ন্ত্ৰণ কৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ বিভিন্ন প্ৰান্তত মোতায়েন কৰা নিজৰ সৈন্য বাহিনীৰ স্থিতি পৰ্যালোচনা কৰিব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেক্ৰেটাৰী অফ ষ্টেট মাইক পম্পেয়োই বৃহস্পতিবাৰে এই কথা উল্লেখ কৰে।

ভাৰত-চীনৰ মাজত চলি থকা শেহতীয়া উত্তেজনা আৰু গলৱান উপত্যকাত চীনা সেনাৰ পৰিকল্পিত আক্ৰমণত ২০ গৰাকী ভাৰতীয় সেনা জোৱান চহিদ হোৱাৰ পাছতে আমেৰিকা যুক্তৰাষ্ট্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত থকা সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে।

সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমৰে পৰা চীনক দোষাৰোপ কৰি আহিছে।

শেহতীয়াভাৱে চীনে ভাৰতৰ ভূমি দখলৰ বাবে দেখুওৱা আগ্ৰাসী ৰূপকো আমেৰিকাই সমালোচনা কৰিছে।

আমেৰিকাই ইতিমধ্যে দক্ষিণ চীন মহাসাগৰত নিজৰ যুদ্ধ জাহাজ মোতায়েন কৰিছে।

এতিয়া চীনে যদিহে ভাৰতৰ সৈতে লাডাখত যুদ্ধত অৱতীৰ্ণ হয় তেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰাও সাগৰীয় পথেৰে প্ৰত্যাহ্বানৰ সন্মুখিন হ’বলগীয়া হ’ব পাৰে।

মাইক পম্পেয়োৰ মন্তব্যৰ পাছতে এইক্ষেত্ৰত স্পষ্ট ইংগিত দেখা গৈছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd