NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

index.jpg78

সমুখ সমৰত চীন-আমেৰিকাৰ! : ট্ৰাম্প প্ৰশাসনে এছিয়াত বৃদ্ধি কৰিব মাৰ্কিন সেনাৰ মোতায়েন

পুনৰ চীনক আক্ৰমণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই। এইবাৰ চীনক বিশ্বৰ নতুন বিপদ বুলি আখ্যা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। চীনক বিশ্বৰ নতুন বিপদ...

India surpasses Italy, now sixth worst-hit nation by COVID-19

ভাৰতত ভয়াৱহ ৰূপ ধাৰণ ক’ৰ’নাৰ; আক্ৰান্তৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

চীনৰ য়ুহানৰ পৰা বিশ্বৰ অন্য প্ৰান্তলৈ সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধৰিবলৈ আৰম্ভ কৰিছে ভাৰতত। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য...

160624014910-eiffel-tower-trocadero-large-169

ক’ৰ’নাতংকৰ মাজতে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল পেৰিছৰ আইফেল টাৱাৰ : চিন্তিত WHO

ইউৰোপত ক্ৰমশঃ হ্ৰাস পাইছে নেকি ক’ৰ’নাৰ সংক্ৰমণ? বিগত এক মাহ ধৰি ইউৰোপত ক’ৰ’নাৰ সংক্ৰমণৰ ঘটনা কমিছে বুলি বাতৰি প্ৰকাশ পাইছে।...

index.jpg11

ক’ৰ’নাতংকৰ মাজতে নেপালৰ পৰা বৃহৎ সংখ্যক সেনা উভতাই আনিব ভাৰতে! : কিন্তু কিয়?

ল’কডাউনৰ ফলত নেপালত আৱদ্ধ হৈ থকা ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন ৰেজিমেন্টৰ পাঁচ হাজাৰ নেপালি জোৱানক উভতাই আনিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।...

নাছিকৰ চেণ্ট্ৰেল জেইলত কাৰাবাস খাটি থকা মুম্বাই বিস্ফোৰণৰ দোষী য়ুছুফ মেমনৰ মৃত্যু

নাছিকৰ চেণ্ট্ৰেল জেইলত কাৰাবাস খাটি থকা মুম্বাই বিস্ফোৰণৰ দোষী য়ুছুফ মেমনৰ মৃত্যু

নাছিক চেণ্ট্ৰেল জেইলত কাৰাবাস খাটি থকা টাইগাৰ মেমনৰ ভাতৃ য়ুছুফ মেমনৰ শুকুৰবাৰে মৃত্যু হয়। তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা...

Galwan-Satellite-759

পুনৰ চীনৰ ‘এল এ চি’ উলংঘন! : লাডাখ সীমান্তৰ পি পি ১৪ৰ অঞ্চলত পুনৰ ভাৰতীয় ভূমি দখল চীনৰ!

লাডাখৰ ভাৰত-চীন সীমান্তৰ পেট্ৰলিং পইণ্ট ১৪ত চীনা সৈন্যই পুনৰ ভাৰতৰ ভূখণ্ড দখল কৰিছে! ভাৰতীয় সেনাৰ দাবী যে উক্ত অঞ্চলবোৰত নতুন...

index

অৰুণাচলৰ চাংলাঙত আটক আলফা( স্বাঃ)ৰ কেডাৰ : মাৰাণাস্ত্ৰ উদ্ধাৰ

ক’ৰ’নাৰ বিৰুদ্ধে এখন যুদ্ধ চলি থকাৰ সমান্তৰালকৈ উগ্ৰপন্থী বিৰোধী অভিযানো অব্যাহাত আছে। কালি পুৱা অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ চুবুৰীয়া...

চামগুৰিৰ মেৰবিলত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

চামগুৰিৰ মেৰবিলত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত ভলাগুৰি অঞ্চলত অৱস্থিত মেৰবিলত আজি এজন অচিনাক্ত লোকৰ উৱলি যোৱা...

৪ দিনে সন্ধানহীন মাৰ্ঘেৰিটাৰ সন্ধ্যা তামাঙৰ; বুঢ়ীদিহিঙত জাপ দিয়াৰ সন্দেহ

৪ দিনে সন্ধানহীন মাৰ্ঘেৰিটাৰ সন্ধ্যা তামাঙৰ; বুঢ়ীদিহিঙত জাপ দিয়াৰ সন্দেহ

সময় সলনি হৈছে। একাংশ সন্তানে পিতৃ-মাতৃৰ শাসনকো নুবুজা হৈছে। অনুভৱ নকৰা হৈছে পিতৃ মাতৃৰ শাসনৰ অন্তৰালত থকা নিৰ্ভেজাল মৰম। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ...

PriyankaGandhiVadraCongress

‘ইন্দিৰা গান্ধীৰ নাতিনী মই’ : বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত প্ৰিয়ংকা গান্ধী

দেশৰ জৰুৰী অৱস্থাৰ বাবে বৃহস্পতিবাৰে দিনটো বিজেপিয়ে কংগ্ৰেছৰ লগতে গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে আজি বিজেপিক প্ৰত্যাক্ৰমণ কৰিছে...

Page 3502 of 5898 1 3,501 3,502 3,503 5,898

Stay Connected

Recent News