• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰুণাচলৰ চাংলাঙত আটক আলফা( স্বাঃ)ৰ কেডাৰ : মাৰাণাস্ত্ৰ উদ্ধাৰ

আলফাৰ কেম্পত এতিয়া একাংশ যুৱকে নিজৰ নাম এণ্ট্ৰি কৰিবলৈহে যায়!

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
June 27, 2020 6:50 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ বিৰুদ্ধে এখন যুদ্ধ চলি থকাৰ সমান্তৰালকৈ উগ্ৰপন্থী বিৰোধী অভিযানো অব্যাহাত আছে।

কালি পুৱা অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত পুনৰ ভাৰতীয় সেনাৰ হাতত আটক হ’ব লগা হ’ল চাৰিজন আলফা স্বাধীনৰ কেডাৰ।

Apply Now

উল্লেখ্য যে দিনজান সেনা ডিভিজনৰ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত আছাম ৰাইফলছৰ ৬ আৰু ৯নং বেটেলিয়নে আলফা স্বাধীনৰ বিৰুদ্ধে চলোৱা যুটীয়া অভিযানত ম্যানমাৰৰ শিবিৰৰ পৰা পলাই অহা চাৰি দুৰ্ধৰ্ষ আলফা স্বাধীনৰ সদস্যক কালি পুৱা ৬.৩০ বজাত অস্ত্ৰসহ আটক কৰে।

ভাৰত-ম্যানমাৰ সীমান্ত চকী পাৰ হওঁতেই অটব্য অৰণ্যৰ মাজত ভাৰতীয় সেনাৰ অভিযানকাৰী দলৰ হাতত আটক হোৱা আলফা স্বাধীনৰ সদস্যকেইজন হৈছে তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত কঁ‌ঠালগুৰি গাঁও নিৱাসী ছাৰ্জেণ্ট মেজৰ টিখেশ্বৰ মৰাণ ওৰফে অৰ্জুন অসম, লখিমপুৰ জিলাৰ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত কাঠাবাৰী গাঁও নিৱাসী ছাৰ্জেণ্ট অৰূপ দুৱৰা ওৰফে আঞ্চন অসম, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত খামান পথাৰ গাঁও নিৱাসী ছাৰ্জেণ্ট সুৰজিত দুৱৰা ওৰফে খামান অসম আৰু তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত টেকেৰী গাঁও নিৱাসী ছাৰ্জেণ্ট জিন্তু অসম।

ধৃত আলফা সদস্যকেইজনৰ জিম্মাৰ পৰা দুটা আমেৰিকাত নিৰ্মিত পিষ্টল আৰু এটা চীনত নিৰ্মিত পিষ্টলসহ কেইবাটাও মেগজিন, সজীৱ গুলী আৰু ম’বাইল ফোন উদ্ধাৰ কৰে।

ভাৰতীয় সেনাই ধৃত আলফা কেডাৰকেইজনক চাংলাং জিলাৰ লাজু থানাত চমজাই দিছে বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

শেহতীয়াকৈ বহু কেইজন আলফা স্বাধীনৰ কেডাৰ ভাৰতীয় সেনাৰ হাতত আটক হ’ব লোৱাত আলফা স্বাধীনৰ ভেটিত কিছু পৰিমাণে ক্ষতি হৈছে বুলি সূত্ৰত প্ৰকাশ।

অন্যহাত এক সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি অলাফা স্বাধীনৰ কেম্পত উপস্থিত হোৱাৰ পাছত সমগ্ৰ পৰিবেশৰ লগত একাত্ম তথা কঠোৰ অনুশাসনৰ বাবে প্ৰস্তত হ’ব নোৱাৰি পলায়ন কৰি ম্যনমাৰ সীমান্ত পাৰ হোৱাৰ সময়ত ভাৰতীয় সেনাই আটক কৰে।

একাংশই কেৱল কেইদিন মানৰ বাবে আলফা স্বাধীনৰ কেম্পত নিজৰ নাম অন্তৰ্ভুক্ত কৰি কেম্পৰ অস্ত্ৰ-শস্ত্ৰলৈ পলায়ন কৰি আহি ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰি ছালফা বা আত্মসমৰ্পণকাৰী আলফাৰ লেবেল লগাই সেনাৰ চোৰাং চোৱা, দাবী ধমকিৰে ঠিকা-থুকুলি বা অন্য অসামাজিক কৰ্মত লিপ্ত হৈ আহিছে বুলি একেটা সূত্ৰতে প্ৰকাশ।

মানস প্ৰতীম গগৈ

মানস প্ৰতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd