• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে নেপালৰ পৰা বৃহৎ সংখ্যক সেনা উভতাই আনিব ভাৰতে! : কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2020 9:17 am
index.jpg11

প্ৰতিনিধিত্বমূলক ফ'টো, গোৰ্খা ৰেজিমেন্টৰ জোৱান

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ ফলত নেপালত আৱদ্ধ হৈ থকা ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন ৰেজিমেন্টৰ পাঁচ হাজাৰ নেপালি জোৱানক উভতাই আনিব ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

প্ৰতিৰক্ষা দপ্তৰৰ অনুৰোধ মৰ্মে গৃহ মন্ত্ৰালয়ে উক্ত জোৱানসকলক বিভিন্ন ৰেজিমেন্টত যোগদানৰ বাবে ব্যৱস্থাও কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ।

Apply Now

ইফালে স্বাস্থ্য মন্তালয়ক জোৱানসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে। এই ক্ষেত্ৰত সহযোগিতা কৰিব পশ্চিমবংগৰ ৰাজ্য চৰকাৰে।

উল্লেখ্য যে, ক’ৰ’নাতংকৰ সময়ত হঠাতে নেপালত আৱদ্ধ হৈ থকা বৃহৎ সংখ্যক ভাৰতীয় জোৱানক দেশলৈ উভতাই আনিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয় তৎপৰ হোৱাৰ কথাটোৱে কূটনৈতিক মহলক আচম্বিত কৰি তুলিছে।

নিৰাপত্তা সংস্থাসমূহৰ মতে নেপালি বা গোৰ্খা জোৱানসকল হৈছে পাহাৰৰ বাসিন্দা। লাডাখ সীমান্তৰ পাৰ্বত্য অঞ্চলত মোতায়েন কৰা সমভূমিৰ সেনাসকল সেই পৰিৱেশেৰে খাপ খাবলৈ প্ৰায় এমাহৰ সময় প্ৰয়োজন হয়।

যিদৰে লাডাখ সীমান্তত চীনে সেনা মোতায়েন কৰিছে তাৰ পৰিপ্ৰেক্ষিততে ভাৰতে পাৰ্বত্য পৰিৱেশত যুদ্ধ কৰাত পটু সেনা জোৱান লাডাখত মোতায়েন কৰিব খুজিছে।

সেয়ে ল’কডাউনৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে নেপালত আৱদ্ধ পাঁচ হাজাৰ গোৰ্খা জোৱানক হঠাতে ভাৰতলৈ উভতাই আনিবলৈ তৎপৰ হৈ উঠা বুলি নিৰাপত্তা সংস্থাবোৰে ধাৰণা কৰিছে।

ইফালে সেনা সূত্ৰৰ মতে ভাৰতীয় সৈন্য বাহিনীত সাতটা গোৰ্খা ৰেজিমেন্টত(৪০ টা বেটেলিয়ন) প্ৰায় ৪০ হাজাৰ গোৰ্খা জোৱান আছে।

আনহাতে অন্যান্য ৰেজিমেন্টটো নেপালৰ বাসিন্দাই যোগদান কৰিব পাৰে।

কিছুদিন পূৰ্বে নতুন দিল্লীস্থিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফ শাখাই গৃহ মন্ত্ৰালয়ক নেপালত আৱদ্ধ হৈ থকা পাঁচ হাজাৰ জোৱানক ভাৰতলৈ উভতাই অনাতো অতি জৰুৰী বুলি জনাইছিল।

এই অনুৰোধৰ ভিত্তিতে ল’কডাউনৰ মাজতে নেপালত আৱদ্ধ পাঁচ হাজাৰ জোৱানক দেশলৈ উভতাই আনিবলৈ তৎপৰ হৈছে বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে, ভাৰত-নেপালৰ সম্পৰ্কত বৰ্তমান ঘূণে ধৰিছে। উত্তৰাখণ্ড আৰু বিহাৰৰ ভাৰত-নেপাল সীমান্তত পথ আৰু নদী ওপৰ দলং নিৰ্মাণকলৈ ভাৰত-নেপালৰ দ্বিপাক্ষিক সম্পৰ্ক তিক্ত হৈ পৰিছে।

ইফালে চীনে নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৬০ খন  স্কুলত মান্দাৰিন শিক্ষণৰ প্ৰকল্প আৰম্ভ কৰিব।

আনকি তিব্বতত আন্তঃগাঠনি নিৰ্মাণৰ বাবে চীনে নেপালৰ পৰা ৩৩ হেক্টৰ ভূমি দখল কৰিছে বুলিও চৰকাৰী তথ্যত প্ৰকাশ পাইছে।

নেপালে এই ভূমি ভাগ চীনক স্বেচ্ছাই প্ৰদান কৰিছে নে চীনে বলপূৰ্বকভাৱে দখল কৰিছে তাকেলৈ ভাৰত এতিয়া স্পষ্ট হোৱা নাই বাবে এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰা নাই জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd