NE NOW NEWS

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

IMG_20190316_200037

ত্ৰিপুৰাত বিজেপি মিত্ৰজোঁট আইপিএফটিয়ে নিৰ্বাচনত নিজাববীয়াকৈ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা

আসন্ন লোকসভা নিৰ্বাচনত ত্ৰিপুৰাৰ বিজেপি মিত্ৰজোঁট আইপিএফটিয়ে লোকসভা নিৰ্বাচনত নিজাববীয়া প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। শনিবাৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ এখন জৰুৰী বৈঠকৰ পাছত...

mary-kom-

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নেখেলে বিশ্ব চেম্পিয়ন মেৰী কমে

ছবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন তথা ‘মেগনিফিচেণ্ট মেৰী’ হিচাপে পৰিচিত এম চি মেৰী কমে প্ৰতিদ্বন্দ্বিতা নকৰে অহা ১৬ এপ্ৰিলৰ পৰা...

assamese-wikipedia-rima-das-750x375

এছিয়ান ফিল্ম এৱাৰ্ডছত শ্ৰেষ্ঠ নতুন পৰিচালকৰ বাবে মনোনীত ৰীমা দাস

‘ভিলেজ ৰ’কষ্টাৰ্ছ’ৰ জৰিয়তে ভাৰতৰ চলচ্চিত্ৰজগতত খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা ৰীমা দাসৰ দ্বিতীয় ছবি ‘বুলবুল কেন ছিং’এ লাভ কৰিছে এটাৰ...

Sheikh-Hasina-1-750x375

প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ ‘মৰ্যাদা হানি’ৰ অভিযোগত বাংলাদেশে গ্ৰেপ্তাৰ কৰিলে ‘ফিফা’ৰ বিষয়াক

দেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাৰ মৰ্যাদা হানিৰ অভিযোগত বাংলাদেশে ‘ফিফা’ৰ এগৰাকী জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰিছে। ২০১৭ চনৰে পৰা মহিলা ফুটবলৰ...

3fd99211-485a-4449-9dcd-1281e3b7d379

গণতন্ত্ৰ-ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাইছে ভেন্সাৰ শিক্ষকে : শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ

ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীয়ে গণতন্ত্ৰ আৰু ৰাজনীতিৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ছবেদ...

ৰঙৰ উৎসৱ হোলীত এইবাৰ বন্ধ হ’ব ৰেইন ডান্স : মহানগৰ আৰক্ষী আয়ুক্ত

ৰঙৰ উৎসৱ হোলীত এইবাৰ বন্ধ হ’ব ৰেইন ডান্স : মহানগৰ আৰক্ষী আয়ুক্ত

ৰঙৰ উৎসৱ হোলীলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত এইবাৰ মহানগৰ আৰক্ষীয়ে ৰঙৰ উৎসৱ হোলী উদযাপনৰ সময়ত মানিব লগীয়া...

পেঙেৰীত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ! আলফা (স্বা)ৰ বুলি সন্দেহ

পেঙেৰীত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ! আলফা (স্বা)ৰ বুলি সন্দেহ

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে তিনিচুকীয়া জিলাৰ পেঙেৰীত আজি বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি...

সাহিত্য একাডেমিৰ উদ্যোগত ডিফুত কাৰ্বি কবি সন্মিলন

সাহিত্য একাডেমিৰ উদ্যোগত ডিফুত কাৰ্বি কবি সন্মিলন

সাহিত্য একাডেমিৰ উদ্যোগত ডিফুৰ লৰুলাংছোস্থিত ৰংছিনা ছাৰ্পো প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি কবি সন্মিলন অনুষ্ঠিত হয়। আজিৰ উদ্বোধনী অনুষ্ঠানত...

Robbery.-Photo-credit-Khas-Khabar-750x375

মহানগৰীৰ উলুবাৰী সেতুত চিনেমা কায়দাৰে দুৰ্বৃত্তৰ ডকাইতি কাণ্ড

মহানগৰীত পুনৰ সংঘটিত হয় এক ডকাইতিৰ ঘটনা। মহানগৰীৰ উলুবাৰী উৰণীয়া সেতুত আজি দিপাংকৰ দত্ত নামৰ এজন লোকক চাৰিজনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ...

atul-borah

লোকসভা নিৰ্বাচন : ‘মিত্ৰ’ই অগপক দিলে ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ

বিজেপিৰে মিত্ৰতাৰ পৰিণামস্বৰূপে আজি অসমৰ আঞ্চলিক দল অগপই আগন্তুক লোকসভা নিৰ্বাচনত নিজৰ বাবে তিনিখন আসন লাভ কৰিছে। নামনি অসমৰ বৰপেটা,...

Page 4429 of 5907 1 4,428 4,429 4,430 5,907

Stay Connected

Recent News