• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাহিত্য একাডেমিৰ উদ্যোগত ডিফুত কাৰ্বি কবি সন্মিলন

নংনি টেৰাং by নংনি টেৰাং
March 16, 2019 8:17 pm
559
VIEWS
Share on FacebookShare on Twitter

সাহিত্য একাডেমিৰ উদ্যোগত ডিফুৰ লৰুলাংছোস্থিত ৰংছিনা ছাৰ্পো প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি কবি সন্মিলন অনুষ্ঠিত হয়।

আজিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাহিত্য একাডেমি বঁটা বিজয়ী প্ৰেমানন্দ মোছাহাৰীয়ে কয়, ‘কাৰ্বিৰ দৰে পিছপৰি থকা ভাষাসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাহিত্য একাডেমিয়ে লোৱা পদক্ষেপ প্ৰশংসাৰ যোগ্য।‘

পশ্চিম কাৰ্বি-আংলং জিলাৰ ভোঠালাংছো আৰু হামৰেনটো সাহিত্য একাডেমিৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব লাগে বুলি উল্লেখ কৰি তেওঁ কাৰ্বিসকলক এই মঞ্চৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সহকাৰী উপাচাৰ্য শুভাসিশ বিশ্বাসে কাৰ্বি লেখকসকলক নিজৰ বিষয়ে লিখিবলৈ আহ্বান জনায়। এইক্ষেত্ৰত তেওঁ অনুবাদৰ গুৰুত্বপুৰ্ণ ভুমিকাৰ কথা উল্লেখ কৰে।

কাৰ্বি লামেট আমেইৰ উপদেষ্টা সিদ্ধিনাথ ৰংপি, অধ্যাপক ড০ লিভছন ৰংপি তথা কেইবাগৰাকী যুৱ কবি আৰু লেখকে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ লয়।

Recent News

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

যোৰহাটত মুন্নাভাই! অবৈধ ক্লিনিক চলাই থকা দুই ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কন্যাক লক্ষ্য কৰি গুলীচালনা; পিতৃৰ হাততে প্ৰাণ গ’ল প্ৰতিভাৱান টেনিছ খেলুৱৈ ৰাধিকাৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

কপিল শৰ্মাৰ কেফেত খালিস্তানী শিখ উগ্ৰপন্থীৰ আক্ৰমণ; দায়িত্ব স্বীকাৰ আক্ৰমণকাৰীৰ

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd