এপ্ৰিল মাহৰ ভিতৰত মুকলি হ’ব দেশৰ দীৰ্ঘতম গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে
মঙলবাৰে প্ৰথমবাৰৰ বাবে বহু প্ৰতিক্ষিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পৰীক্ষামূলকভাৱে চলিল ৰ’পৱে ৰ কেবিন। ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৰ...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
মঙলবাৰে প্ৰথমবাৰৰ বাবে বহু প্ৰতিক্ষিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত পৰীক্ষামূলকভাৱে চলিল ৰ’পৱে ৰ কেবিন। ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰ’পৱেটোৰ...
লোক সভা নিৰ্বাচন সমাগত। নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে ৰাজ্যৰ খালী হৈ থকা বিভিন্ন বিভাগৰ পদ সমূহ পূৰণ কৰাৰ বাবে...
ত্ৰিপুৰাত স্থাপন কৰা হ’ল প্ৰথমখন সংযুক্ত আয়ুস চিকিৎসালয়। উনাকতি জিলাৰ কৈলাশ চহৰত স্থাপন কৰা হৈছে নতুন চিকিৎসালয়খন।ৰাজ্যখনৰ জনসাধাৰণে এতিয়াৰ পৰা...
লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইসপ্তাহ মান থকা অৱস্থাত কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশীসকলৰ তৎপৰতা লক্ষণীয় হৈ উঠিছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুতেই দিল্লীত...
এইবাৰ বিশ্বনাথ চাৰিআলিৰ ৰাজপথত চিলনী চুৰৰ সন্ত্ৰাস। আজি দিন দুপৰতে বিশ্বনাথ চাৰিআলিৰ বিশ্বনাথ ঘাট ৰোডৰ সমীপত এগৰাকী মহিলাৰ পৰা হেণ্ডবেগ...
নগৰ উন্নয়ন বিভাগে মহানগৰৰ স্বচ্ছতাক লৈ বিভিন্ন আঁচনি গ্ৰহণ কৰিও সুফল লাভ কৰিবলৈ সক্ষম নোহোৱাত এইবাৰে স্বচ্ছতাৰ বাবে গ্ৰহণ কৰিছে...
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন আৰক্ষী চকীৰ অধীনৰ নাফাই গাঁৱত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। উক্ত অগ্নিকাণ্ডটোৰ ফলত...
আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যক আৰু ইন্টাৰনেচনেল ৰাইন' ফাউণ্ডেচনৰ যৌথ উদ্যোগত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ এখন জিপচি গাড়ী প্ৰদান কৰা হয়।...
লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত গুৰুত্বপূৰ্ণ নেতাৰ পদত্যাগে আঞ্চলিক দল অগপক বিপদত পেলোৱাৰ শংকাই দেখা দিছে। দলটোৰ নেতৃত্বই সবল স্থিতি দেখুৱাব নোৱাৰিলে...
অসমত একাংশ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানে অসমীয়া আৰু খিলঞ্জীয়া ভাষাসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত চূড়ান্ত অমনোযোগিতা প্ৰদৰ্শন কৰি অহাৰ ফলতে অসমত মাতৃভাষাৰ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd