• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেংকৰ চাকৰিৰ পৰীক্ষাত ৫০ নম্বৰ মাতৃভাষাৰ প্ৰশ্ন বাধ্যতামূলক কৰাৰ দাবী অসম সাহিত্য সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2019 6:44 pm
ষ্টেট বেংকৰ মহা প্ৰৱন্ধকক সাক্ষাৎ কৰাৰ সময়ত অসম সাহিত্য সভাৰ প্ৰতিনিধি বৰ্গৰ আলোকচিত্ৰ

ষ্টেট বেংকৰ মহা প্ৰৱন্ধকক সাক্ষাৎ কৰাৰ সময়ত অসম সাহিত্য সভাৰ প্ৰতিনিধি বৰ্গৰ আলোকচিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত একাংশ চৰকাৰী  আৰু বেচৰকাৰী প্ৰতিষ্ঠানে অসমীয়া আৰু খিলঞ্জীয়া ভাষাসমূহৰ প্ৰয়োগৰ ক্ষেত্ৰত চূড়ান্ত অমনোযোগিতা প্ৰদৰ্শন কৰি অহাৰ ফলতে অসমত মাতৃভাষাৰ বিপৰ্যয় নামি আহিছে বুলি অসম সাহিত্য সভাই অভিযোগ উত্থাপন কৰিছে। অসম সাহিত্য সভাই ৰাজ্যসভা আইন অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ অসমৰ বিভিন্ন প্ৰান্তত থকা কাৰ্য্যলয় সমূহত আঞ্চলিক ভাষা প্ৰয়োগৰ নিশ্চয়তা প্ৰদান কৰিবলৈ আজি সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত এটি সঁজাতি দলে ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহা প্ৰৱন্ধক সুনীল কুমাৰ টেণ্ডনক গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত সাক্ষাৎ কৰে।

অসম সাহিত্য সভাৰ নেতৃত্বই ৰাজ্যভাষা আইন-১৯৬০ প্ৰয়োগৰ দাবীত গ্ৰহণ কৰা সভাৰ প্ৰস্তাৱ ষ্টেট বেংকৰ কাৰ্য্যালয়ত এখন স্মাৰক-পত্ৰ অৰ্পন কৰি আলোচনাত মিলিত হয়। আলোচনা কালত সভাই বেংকৰ অনা-অসমীয়া বিষয়াসকলক অসমীয়া ভাষা শিক্ষণৰ বাবে সকলো ব্যৱস্থা অসম সাহিত্য গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে।

Apply Now

আনহাতে, অসমৰ বেংকৰ অধীনৰ যিকোনো চাকৰিৰ বাবে গ্ৰহণ কৰা সাক্ষাৎকাৰত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰিবই লাগিব বুলি সভাই দাবী জনায়। তাৰোপৰি, বেংকৰ অধীনৰ চতুৰ্থ শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ যিকোনো চাকৰিত ৫০ নম্বৰ মাতৃভাষা আৰু ৫০ নম্বৰ চৰকাৰী ভাষা-নীতিমতে প্ৰশ্নোত্তৰ বাধ্যতামূলক কৰিবলৈ মুখ্য প্ৰৱন্ধকজনক আহ্বান জনায়। সভাই উল্লেখ কৰা এনে নীতি প্ৰযোজ্য নহ’লে বেংকৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি দিয়ে।

উল্লেখযোগ্য যে, অসম সাহিত্য সভাই মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গ্ৰহণ কৰা ব্যাপক জনজাগৰণ কাৰ্য্যসূচীৰ অংশ হিচাপে আজিৰ এই সাক্ষাৎ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। আলোচনা কালত সভাৰ সভাপতিৰ লগতে প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক অবনী মোহন চহৰীয়া, ৰাজ্যভাষা প্ৰয়োগ সমিতিৰ আহ্বায়ক হৃদয়ানন্দ গগৈ, গুৱাহাটী কাৰ্য্যালয়ৰ সচিব চন্দন শৰ্মা, কাৰ্য্যনিৰ্বাহক সদস্য ৰাণা বশিষ্ঠ আৰু ষ্টেট বেংকৰ হৈ সহকাৰী মহা প্ৰৱন্ধক বিজয় চন্দ্ৰ ডেকাও উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd