মুখ্য মন্ত্ৰীৰ সমষ্টিবাসীৰ বিশাল প্ৰতিবাদী সমদল; আমুৱাইছে মিছা প্ৰতিশ্ৰুতিয়ে; উম-ঘাম নাই যোৰহাট-মাজুলী সংযোগী দলঙৰ
মুখ্য মন্ত্ৰী সোণোৱাল আৰু বিজেপি দলৰ প্ৰতিশ্ৰুতিয়ে আমুওৱা মাজুলীৰ ৰাইজে আজি বিশাল প্ৰতিবাদ উলিয়ায় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে। চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে...