• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজো আৰক্ষীৰ অভিযানত ২ লাখ টকাৰ বিলাতী সুৰা জব্দ

NE NOW NEWS এন ই নাও নিউজ
হাজো , February 27, 2019 12:37 pm

1 min read

হাজো আৰক্ষীৰ অভিযানত ২ লাখ টকাৰ বিলাতী সুৰা জব্দ

হাজো আৰক্ষীয়ে জব্দ কৰা বিলাতী সুৰাখিনিৰ ফটো

405
VIEWS
Share on FacebookShare on Twitter

কামৰূপ  জিলাৰ হাজো আৰক্ষীয়ে আজি অভিযান চলাই এখন টাটা এচি গাড়ীৰ পৰা ৪৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি গাড়ীখনত বৃহ্যৎ পৰিমানৰ বিলাতী সুৰা গুৱাহাটীৰ পৰা কোকৰাঝাৰ অভিমুখে লৈ  গৈ থকাৰ সম্ভেদ পোৱা হয়। এই খবৰৰ ভিত্তিতে হাজো আৰক্ষীৰ এটা দলে দমদমাত গাড়ীখন আগচি ধৰি সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে, ঘটনা সন্দৰ্ভত গাড়ীখনৰ চালক সুভাষ ঠাকুৰীয়াক আৰক্ষীয়ে  আটক কৰিছে। আৰক্ষীৰ জেৰাত গাড়ী চালকজনৰ পৰা  সুৰাৰ অবৈধ বেহাৰ বিষয়ে আৰু অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। জব্দ কৰা সুৰাখিনিৰ আনুমানিক মূল্য ২ লক্ষাধিক টকা হ’ব বুলি হাজো আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, গোলাঘাট আৰু যোৰহাট জিলাত বিষাক্ত সুৰাপান কৰি ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ পিছত ৰাজ্যৰ আৰক্ষী প্ৰশাসন অবৈধ সুৰাৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে। বিগত দুটা দিনত অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বৃহ্যৎ পৰিমানৰ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

Recent News

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd