NE NOW NEWS

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

IMG_20190225_115605

খাদ্য সংকটত ভূগিছে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুল

গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুল বৰ্তমান তীব্ৰ খাদ্যৰ সংকটত ভূগিছে। ঐতিহ্যমণ্ডিত দেৱালয়খনৰ বান্দৰসমূহে খাদ্যৰ সন্ধানত বজাৰে ঘাটে বিচৰণ কৰিব লগা হৈছে...

molasses seized

শিৱসাগৰৰ নিতাইপুখুৰীত আবকাৰী বিভাগৰ অভিযানত বৃহৎ সংখ্যক লালিগুৰ জব্দ

শিৱসাগৰত অব্যাহত আছে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান। সোমবাৰে শিৱসাগৰ জিলাৰ আবকাৰী বিভাগ আৰু ডিমৌ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত অবৈধ চুলাই...

IMG_20190225_113351

সুৰা ট্ৰেজেডিয়ে কঁপাইছে ৰাজ্য : কৃষ্ণাইৰ টুকুৰাত ৰাইজৰ চুলাই বিৰোধী অভিযান

ৰাজ্যত ব্যাপক ৰূপত অব্যাহত আছে চুলাই বিৰোধী অভিযান ৷ আৰক্ষী, আবকাৰীৰ সমান্তৰালভাৱে ৰাইজেও স্বতঃস্ফূৰ্তভাৱে চুলাইৰ বিৰুদ্ধে অভিযান চলাবলৈ ওলাই আহিছে।...

Golaghat orphans

সুৰা ট্ৰেজেডিত অনাথ হোৱা শিশুৰ দায়িত্ব ল’বলৈ আগ বাঢ়ি আহিছে শিশু কল্যাণ পৰিষদ

যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা গোলাঘাট নগৰৰ সমীপৰ শালমৰা চাহ বাগিচাৰ লগতে বিভিন্ন স্থানত হোৱা সুৰাৰ বিষক্ৰিয়াত দুশৰো অধিক লোক আক্ৰান্ত...

প্ৰাপ্যৰ দাবীত শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল কেইবা হাজাৰ অংগনবাড়ী কৰ্মী

প্ৰাপ্যৰ দাবীত শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল কেইবা হাজাৰ অংগনবাড়ী কৰ্মী

অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে সোমবাৰে তেওঁলোকৰ বিভিন্ন দাবী লৈ শিৱসাগৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।...

Bishal Changmai

বোকাখাতৰ বিশাল চাংমাইৰ সাফল্য; বিশ্ব ৰেংকিং আৰ্চাৰীত আজুৰিলে ব্ৰঞ্জৰ পদক

বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত চলি থকা আন্তর্জাতিক বিশ্ব ৰেংকিং আর্চাৰী প্রতিযোগিতাত ভাৰতৰ ৰিকাৰ্ভ দলত স্থান লাভ কৰা বোকাখাতৰ বিশাল চাংমায়ে...

Pitambar Devagoswami

মাৰ্ঘেৰিটাৰ উলুপত স্থাপন হ’ব শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰ আৰু বিশ্ববিদ্যালয়

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উলুপত ৰাজ্যৰ অন্যতম আধ্যাত্মিক পীঠস্থান  শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰ আৰু এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্ততি...

Changlang fire 2

অৰুণাচলৰ চাংলাঙত জিলা স্কুল শিক্ষা সঞ্চালকালয়ত জুই

৬টা জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিবলৈ লোৱা অৰুণাচল প্ৰদেশ চৰকাৰৰ সিদ্ধান্তৰ হিংসাত্মক প্ৰতিবাদ চলি থকাৰ মাজতে ৰাজ্যখনৰ চাংলাং জিলাস্থিত শিক্ষা বিভাগৰ...

Helpline no for Assamese

অগ্নিগৰ্ভ অৰুণাচলত থকা অসমৰ মানুহৰ বাবে হেল্পলাইন নম্বৰ

অৰুণাচল প্ৰদেশৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা অসমৰ মানুহৰ বাবে প্ৰয়োজন হ’লে সহায় বিচাৰিব পৰাকৈ দুটা হেল্পলাইন নম্বৰ...

Main accused of Insurance scam, Manik Ali

ৰাজ্যত সংঘটিত ৫০০ কোটি টকীয়া বীমা কেলেংকাৰিৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

ৰাজ্যত সংঘটিত প্ৰায় ৫০০ কোটি টকীয়া বীমা কেলেংকাৰিত জড়িত থকা মূল অভিযুক্ত মানিক আলীক আজি বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম...

Page 4534 of 5975 1 4,533 4,534 4,535 5,975

Stay Connected

Recent News