• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰা ট্ৰেজেডিত অনাথ হোৱা শিশুৰ দায়িত্ব ল’বলৈ আগ বাঢ়ি আহিছে শিশু কল্যাণ পৰিষদ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
February 25, 2019 10:11 pm
Golaghat orphans

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা গোলাঘাট নগৰৰ সমীপৰ শালমৰা চাহ বাগিচাৰ লগতে বিভিন্ন স্থানত হোৱা সুৰাৰ বিষক্ৰিয়াত দুশৰো অধিক লোক আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লোৱাৰ ফলত এতিয়া বহু শিশুৱে পিতৃ-মাতৃক হেৰুৱাই অসহায় হৈ পৰিছে।

মাথো কেইটামান মূহুৰ্ততে থানবান হৈ যোৱা এই পৰিয়ালবোৰৰ শিশুসকলৰ ভবিষ্যতকলৈ এক বৃহৎ প্ৰশ্নৰ উদ্ৰেগ ঘটাৰ সময়তে অনাথ শিশুসকলৰ ভবিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে গোলাঘাট জিলা শিশু কল্যাণ পৰিষদ।

Apply Now

পৰিষদৰ তৰফৰ পৰা অধ্যক্ষ লুকুমণি গোস্বামীয়ে দিয়া তথ্য অনুসৰি দেওবাৰ অৰ্থাৎ ২৪ ফেব্ৰুৱাৰিত তেওঁৰ নেতৃত্বত শালমৰা অঞ্চললৈ যোৱা এটা দলে শালমৰা আৰু ইয়াৰ কাষতে থকা গোলামপট্টি অঞ্চলত ১৮ টি অনাথ শিশুৰ সম্পৰ্কত তথ্য লাভ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ আৰম্ভ কৰিছে।

জানিব পৰা মতে ইয়াৰে দুটা শিশুক আজি বোকাখাতস্থিত শিশু গৃহলৈ প্ৰেৰণ কৰিছে। সুৰা বিষক্ৰিয়া ঘটনাত পিতৃ-মাতৃহীন হোৱা উক্ত শিশু কেইটা হ’ল- দীপালী পূজৰ (১১), বাদল পূজৰ (১০), কুন্দন পূজৰ (৭), চন্দন পূজৰ (৪)। এওঁলোক মৃত দেবেন পূজৰ আৰু সুনিতা পূজৰৰ সন্তান।

ইয়াৰ উপৰি বিক্ৰম পূজৰ (১৪), অবিনাশ পূজৰ (১০), মহেশ্ব পূজৰ( ৯), মঙ্গল পূজৰ (৬), ফোনচু (১৪), ৰিংকি (১৬), বিতো পূজৰ (১১), উপেন পূজৰ (৭) আৰু পৰি পূজৰ (২), ৰমজানি ভক্তা (১৬), লাঠু ভক্তা (১০), ফচু ভক্তা (৮), চান্দীনী ভক্তা (১৩) আৰু নিকিতা (ৰুবিতা)তাঁতী (১২)।

এইসকলৰ ভিতৰত নিকিতা তাঁতী আৰু ৰিংকিক আজি পৰিষদে প্ৰয়োজনীয় সকলো নীতি-নিয়ম সম্পাদনৰ পিছত শিশু গৃহলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে।

মন কৰিবলগীয়া যে পিতৃ-মাতৃহীন এই শিশুসকলৰ ভৱিষ্যতৰ বাবে মঙলবাৰে শালমৰা অঞ্চলত এক বিশেষ সভা অনুষ্ঠিত কৰিব বুলি অধ্যক্ষগৰাকীয়ে জনাইছে। লগতে কাইলৈ অঞ্চলটোত পুনৰ অনাথ শিশুসকলৰ সম্পৰ্কত অভিযান চলাব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দেওবাৰে উক্ত অভিযানৰ বাবে যোৱা দলত জিলা শিশু কল্যাণ পৰিষদ গোটৰ তৰফৰ পৰা জিলা শিশু সুৰক্ষা বিষয়া বিকাশ ৰঞ্জন কোঁৱৰ, জিলা সমাজ কল্যান বিষয়া স্মৃতিৰেখা দত্ত বৰুৱা, ডি চি পি অ প্ৰণামী দত্ত শইকীয়া, কাউন্সিলাৰ ৰুলি ঠেঙাল, প্ৰশান্ত শইকীয়া, কৰ্মচাৰী দীপক বৰদলৈ আদিয়ে সহযোগ কৰে।

আনহাতে শিশু কল্যাণ পৰিষদৰ তৰফৰ পৰা জিলাখনত সুৰা ট্ৰেজেডিত অনাথ হোৱা কোনো শিশুৰ বিষয়ে কিবা তথ্য থাকিলে পৰিষদৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd