DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ নিতাইপুখুৰীত আবকাৰী বিভাগৰ অভিযানত বৃহৎ সংখ্যক লালিগুৰ জব্দ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 26, 2019 7:21 am
molasses seized

ফটো : নৰ্থ-ইষ্ট নাও

259
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত অব্যাহত আছে অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান। সোমবাৰে শিৱসাগৰ জিলাৰ আবকাৰী বিভাগ আৰু ডিমৌ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত অবৈধ চুলাই মদৰ বিৰুদ্ধ অভিযান চলায় ডিমৌৰ নিতাইপুখুৰীৰ দুটা গুডামৰ পৰা বৃহৎ সংখ্যক লালিগুৰ জব্দ কৰে।

উক্ত গুডাম দুটাৰ পৰা প্ৰায় ৬০০ টিন লালিগুৰ জব্দ কৰিবলৈ সক্ষম হয় বুলি অভিযানকাৰী দলটোৱে জনায়। এই বৃহৎ পৰিমাণৰ লালিগুৰখিনি চুলাই মদ প্ৰস্তুত কৰাৰ বাবে মজুত কৰি ৰাখিছিল বুলি সন্দেহ কৰা হৈছে। পৰৱৰ্তী সময়ত লালিগুৰখিনি ডিমৌ থানাত চমজাই দি দণ্ডাধীশে গুডামটো ছীল কৰি দিয়ে।

আনহাতে দেওবাৰেও ডিমৌৰ গজালি অঞ্চলত বিচনাৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ লালিগুৰৰ টিন জব্দ কৰিছিল অভিযানকাৰী দলটোৱে।

molasses seized
অভিযানকাৰী দলটো। ফটো : নৰ্থ-ইষ্ট নাও

ইয়াৰোপৰি অভিযানকাৰী দলটোৱে ডিমৌৰ খড়াহাট, আঠাবাৰী বঙালী বস্তি, নিতাইপুখুৰী, বাটগাজ অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই প্ৰায় ৫০০ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰা হয়।

উল্লেখ্য যে আজি কেইবা দিনৰ পৰা শিৱসাগৰ জিলাৰ অবকাৰী বিভাগৰ পৰিদৰ্শক অৰুনজ্যোতি ভৰালী আৰু ডিমৌৰ দণ্ডাধীশ ইন্দিকা গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছিল। এই অভিযানত চুলাই মদ, অৰুণাচলী সুৰা আৰু বৃহৎ সংখ্যক লালিগুৰ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে বহুকেইজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd