NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

599104-hslc-results-2017

অহা ফেব্ৰুৱাৰিৰ দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

অহা বৰ্ষৰ ফেব্ৰুৱাৰি মাহৰ দ্বিতীয় সপ্তাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। আজি ছেবাৰ কাৰ্যালয়ত পৰীক্ষা সম্পৰ্কীয় আলোচনাৰ বাবে অনুষ্ঠিত এখন...

Congress-1assam

গোৱালপাৰাত জিলা পৰিষদ গঠনৰ দিশে কংগ্ৰেছ; বিজেপিৰ ৩খন, অগপ ০

একক সংখ্যাগৰিষ্ঠতা নাপালেও সৰ্বাধিক আসন পোৱাৰ বলত গোৱালপাৰা জিলা পৰিষদ দখলৰ কুছকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে। ইতিমধ্যে আটাইকেইখন জিলা পৰিষদৰ আসনৰ...

APSC-Recruitment-Notification-2018-Apply-For-FDO-Veterinary-Officer-BVO-before-March-19

আজি মুকলি কৰি দিয়া হ’ব অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰৱেশ পত্ৰ

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক)পৰীক্ষা ২০১৮’ বৰ্ষৰ প্ৰৱেশ পত্ৰসমূহ আজি ইয়াৰ ৱেবছাইযোগে মুকলি কৰি দিয়া হ’ব। এই পৰীক্ষাৰ বাবে...

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকক গুলীয়াই হত্যা কৰাৰ ভাবুকি

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকক গুলীয়াই হত্যা কৰাৰ ভাবুকি

বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীক চিকিৎসালয়খনৰে এজন সহকৰ্মীয়ে গুলীয়াই প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা ঘটনাই চিকিৎসালয়খনত চাঞ্চল্যৰ সৃষ্টি...

Duc0V2nU0AEDLAd

তৃতীয়বাৰৰ বাবে মিজোৰামৰ মুখ্য মন্ত্ৰী হিচাপে শপত ল’লে এমএনএফৰ নেতা জোৰামথাংগাই

মিজো নেশ্যনেল ফ্ৰণ্টৰ নেতা জোৰামথাংগাই ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ৰাজ্যপাল ৰাজশেখৰণে জোৰামথাংগাক...

baby_thrown-768x538

বোকাখাতৰ গড়মুৰ বৰটিকা গাওঁত সদ্যজাত কন্যা শিশু উদ্ধাৰকলৈ চাঞ্চল্য

নিজৰ বাৰীৰ হালধি গছৰ তলত এটি নৱজাতকৰ উদ্ধাৰ হোৱা ঘটনাকলৈ আজি পুৱাই বোকাখাতত চাঞ্চল্যৰ সৃষ্টি হয় ৷ পুৱা বোকাখাতৰ গড়মূৰ...

aboutus

ত্ৰিপুৰাত পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা সলনি হ’ব বিদ্যালয়ৰ সময়সূচী

পৰৱৰ্তী শিক্ষাপৰ্ষৰ পৰা ত্ৰিপুৰাৰ বিদ্যালয়ৰ সময়সূচীত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা হ’ব। ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতন লাল নাথে ১৩ ডিচেম্বৰ বৃহস্পতিবাৰে প্ৰকাশ...

14-12-18 Raha- Laying Laikhuta (3)

ৰহাত অসম সাহিত্য সভাৰ বিশেষ অধিৱেশনৰ লাইখুঁটা স্থাপন

মধ্য অসমৰ ৰহাত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিৱেশন। অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া...

Loksabha election: Is big dam issue disappeared from Assam politics?

নামনি সোৱণশিৰি বান্ধ : কেন্দ্ৰীয় বিশেষজ্ঞৰ তিনিজনীয়া কমিটীকে বাহাল ৰাখিলে ন্যায়াধীকৰণে

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষা সম্পৰ্কীয় দিশসমূহ চালি-জাৰি চোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা তিনিজনীয়া বিশেষজ্ঞ কমিটীখন বাহাল ৰখাৰ সপক্ষে...

719038-rupeesnews

নেপালত ১০০ টকাতকৈ অধিক মূল্যৰ ভাৰতীয় টকা লগত ৰখাত নিষেধাজ্ঞা

নেপাল চৰকাৰে ১০০ টকাতকৈ অধিক মূল্যৰ ভাৰতীয় টকাৰ প্ৰচলনত নিষেধাজ্ঞা জাৰি কৰিছে। উল্লেখ্য যে নেপাল ভ্ৰমণলৈ যোৱা পৰ্যটকসকলে ভাৰতীয় টকা...

Page 4674 of 5961 1 4,673 4,674 4,675 5,961

Stay Connected

Recent News