NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

কোন সকল লোকক মহে বেছিকৈ কামোৰে? গৱেষণাই উন্মোচন কৰিছে নতুন তথ্য

কোন সকল লোকক মহে বেছিকৈ কামোৰে? গৱেষণাই উন্মোচন কৰিছে নতুন তথ্য

বৰষুণৰ পিছতে মহৰ বৃদ্ধি আৰু শীতৰ আগমনৰ লগে লগে ইয়াৰ উপদ্ৰৱও বৃদ্ধি পায়। কিন্তু, আপুনি জানেনে মহ সকলো মানুহক একেধৰণে...

পাকিস্তানৰ আকাশমাৰ্গ বন্ধ! দীঘলীয়া বাটৰ বাবে ৫ মাহত ৪ হাজাৰ কোটিৰ লোকচান এয়াৰ ইণ্ডিয়াৰ

পাকিস্তানৰ আকাশমাৰ্গ বন্ধ! দীঘলীয়া বাটৰ বাবে ৫ মাহত ৪ হাজাৰ কোটিৰ লোকচান এয়াৰ ইণ্ডিয়াৰ

মে’ মাহত অপাৰেচন সিন্দুৰৰ পাছত ভাৰত আৰু পাকিস্তান দুয়োখন দেশে ইখনে সিখনৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। ইয়াৰ বাবেই...

এনভিডিয়াই ৰচনা কৰিলে ইতিহাস, ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ মূল্য লাভ কৰা প্ৰথমটো কোম্পানী হিচাপে চিহ্নিত

এনভিডিয়াই ৰচনা কৰিলে ইতিহাস, ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ মূল্য লাভ কৰা প্ৰথমটো কোম্পানী হিচাপে চিহ্নিত

বিশেষ কম্পিউটাৰ চিপ বনোৱা কোম্পানী Nvidia এ ৰচিলে ইতিহাস! আজি অৰ্থাৎ ২৯ অক্টোবৰত Nvidia ৫ ট্ৰিলিয়ন ডলাৰ মূল্যৰ বিশ্বৰ প্ৰথমটো...

মনুস্মৃতিৰ পৰা প্ৰেৰণা লৈ শ্ৰমিকৰ বাবে নিয়ম প্ৰণয়ন কৰিছে কেন্দ্ৰীয় চৰকাৰে!

মনুস্মৃতিৰ পৰা প্ৰেৰণা লৈ শ্ৰমিকৰ বাবে নিয়ম প্ৰণয়ন কৰিছে কেন্দ্ৰীয় চৰকাৰে!

কেন্দ্ৰীয় চৰকাৰে শ্ৰম নীতিৰ খচৰা প্ৰস্তুত কৰিবলৈ মনুস্মৃতিৰ পৰা প্ৰেৰণা লাভ কৰিছে। উল্লেখ্য যে এই প্ৰাচীন হিন্দু গ্ৰন্থখনৰ আধাৰতে জাতি...

ৰাম মন্দিৰৰ পাছত এতিয়া সীতা মন্দিৰ! বিহাৰ জয় কৰিবলৈ জানকীৰ শৰণাপন্ন শ্বাহ

ৰাম মন্দিৰৰ পাছত এতিয়া সীতা মন্দিৰ! বিহাৰ জয় কৰিবলৈ জানকীৰ শৰণাপন্ন শ্বাহ

অযোধ্যাত যিদৰে ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, ঠিক তেনেদৰে বিহাৰৰ সীতামাৰীতো সীতা-মাৰ এক মন্দিৰ নিৰ্মাণ কৰা হ’ব। নিৰ্বাচনমুখী বিহাৰত পুনৰ...

১০০ দিন ধৰি নিমাত জগদীপ ধনখড়, অদ্যাৱধি অনুষ্ঠিত নহ’ল বিদায় অনুষ্ঠান!

১০০ দিন ধৰি নিমাত জগদীপ ধনখড়, অদ্যাৱধি অনুষ্ঠিত নহ’ল বিদায় অনুষ্ঠান!

বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছে কয় যে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পদত্যাগ কৰাৰ পাছত ১০০ দিন ধৰি সম্পূৰ্ণ নিমাত হৈ আছে।...

ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ বৃদ্ধি কৰিছে নেকি? আমেৰিকাৰ সৈতে প্লুটনিয়াম চুক্তি বাতিল পুটিনৰ

ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ বৃদ্ধি কৰিছে নেকি? আমেৰিকাৰ সৈতে প্লুটনিয়াম চুক্তি বাতিল পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ সৈতে হোৱা প্লুটনিয়াম চুক্তি বাতিল কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ উপকূলত পাৰমাণৱিক ক্ষমতাসম্পন্ন চাবমেৰিন...

 সীমা সমস্যা সমাধানত আগ্ৰহ নাই অসম চৰকাৰ! ব্যৰ্থতা স্বীকাৰ কৰাৰ দাবী আপৰ

 সীমা সমস্যা সমাধানত আগ্ৰহ নাই অসম চৰকাৰ! ব্যৰ্থতা স্বীকাৰ কৰাৰ দাবী আপৰ

উচ্ছেদৰ পিছত অসম - নগালেণ্ড সীমান্তৰ বিশেষকৈ গোলাঘাট জিলাৰ সৰুপথাৰৰ ‘এ’ , ‘বি’ আৰু 'চি’ চেক্টৰত নগালেণ্ডৰ ফালৰ পৰা অসমৰ...

জাতিগত প্ৰমাণপত্ৰৰ জালিয়াতি! অসম চৰকাৰৰ ৮ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ দাবি এজেএছৱাইপিৰ

জাতিগত প্ৰমাণপত্ৰৰ জালিয়াতি! অসম চৰকাৰৰ ৮ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ দাবি এজেএছৱাইপিৰ

অসমত পুনৰ ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি লোৱাৰ পুনৰ অভিযোগ উঠিছে। ভুৱা জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি চাকৰিলোৱা অসম...

ব্ৰাজিলৰ ওপৰত ট্ৰাম্পৰ শুল্ক বন্ধ কৰাৰ বিৰুদ্ধে বিধেয়ক গৃহীত আমেৰিকাৰ ছিনেটৰ

ব্ৰাজিলৰ ওপৰত ট্ৰাম্পৰ শুল্ক বন্ধ কৰাৰ বিৰুদ্ধে বিধেয়ক গৃহীত আমেৰিকাৰ ছিনেটৰ

ৰিপাব্লিকান দলৰ নিয়ন্ত্ৰণত থকা আমেৰিকাৰ ছিনেটে ২৮ অক্টোবৰত এখন নতুন আইন গৃহীত কৰে। এই আইনখনৰ লক্ষ্য হৈছে ব্ৰাজিলৰ পৰা অহা...

Page 616 of 6666 1 … 615 616 617 … 6,666

Stay Connected

Recent News