NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত: ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীক সাক্ষাৎ কৰিব এছ আই টিৰ দলে

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত: ২১ অক্টোবৰত ছিংগাপুৰ আৰক্ষীক সাক্ষাৎ কৰিব এছ আই টিৰ দলে

কিংবদন্তি সংগীতশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ চলি থকা তদন্তৰ অংশ হিচাপে অহা ২১ অক্টোবৰত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুন্না গুপ্তাৰ নেতৃত্বত...

কোটি কোটি টকা প্ৰতাৰণাৰ অভিযোগত জাভেদ হাবিব আৰু তেওঁৰ পুত্ৰ; এইবাৰ জাৰি চাৰ্চ ৱাৰেণ্ট

কোটি কোটি টকা প্ৰতাৰণাৰ অভিযোগত জাভেদ হাবিব আৰু তেওঁৰ পুত্ৰ; এইবাৰ জাৰি চাৰ্চ ৱাৰেণ্ট

হেয়াৰ ষ্টাইলিষ্ট জাভেদ হাবিব আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ক্ৰিপ্টোকাৰেঞ্চিত কোটি কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ আৰক্ষীৰ আবেদনৰ...

তেজপুৰ বিশ্ববিদ্যালয়ৰ বৃহৎ প্ৰশাসনিক ৰদ-বদল! পদত্যাগ দুই শীৰ্ষ বিষয়াৰ…

তেজপুৰ বিশ্ববিদ্যালয়ৰ বৃহৎ প্ৰশাসনিক ৰদ-বদল! পদত্যাগ দুই শীৰ্ষ বিষয়াৰ…

তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। শেহতীয়া কৈ বিশ্ব বিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে বৃহৎ প্ৰশাসনিক সালসলনি। প্ৰাপ্ত তথ্য অনুসৰি ভাৰপ্ৰাপ্ত...

৯টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কামৰূপ টাস্ক ফ’ৰ্চৰ…

৯টাকৈ শিশু শ্ৰমিক উদ্ধাৰ কামৰূপ টাস্ক ফ’ৰ্চৰ…

কামৰূপ জিলা শিশু শ্ৰমিক টাস্ক ফ’ৰ্চে দিছপুৰ আৰক্ষীৰ সহযোগত বুধবাৰে এক বিশেষ অভিযান চলাই দোকান, গেৰেজ আৰু ৰেষ্টুৰেণ্টৰ পৰা ৯জন...

পোলেণ্ডৰ ৱাৰ্ছ’ টেকন’লজি বিশ্ববিদ্যালয়ত “ভূপেন দা আন কাট”ৰ প্ৰিমিয়াৰ

পোলেণ্ডৰ ৱাৰ্ছ’ টেকন’লজি বিশ্ববিদ্যালয়ত “ভূপেন দা আন কাট”ৰ প্ৰিমিয়াৰ

পোলেণ্ডস্থিত অসমীয়া সন্থাৰ উদ্যোগত ৱাৰ্ছ’ টেকন’লজি বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ নিৰ্মাতা ববিতা শৰ্মাৰ নিৰ্দেশনাত ৬৫ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ “ভূপেন দা আন কাট”ৰ...

চৌদিশে ধিক্কাৰ পিতা-পুত্রক! হিতেশ দেৱ শৰ্মা-গীতার্থ দেৱ শৰ্মাৰ উদ্ধতালিক গৰিহণা

চৌদিশে ধিক্কাৰ পিতা-পুত্রক! হিতেশ দেৱ শৰ্মা-গীতার্থ দেৱ শৰ্মাৰ উদ্ধতালিক গৰিহণা

বাক্সা জিলাৰ নিকাচিস্থিত জিলা কাৰাগাৰ চৌহদৰ প্ৰৱেশদ্বাৰত কালি সম্পূর্ণ অপ্রত্যাশিতভাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে দায়ী কোন? কাৰ প্ৰৰোচনাৰ বাবে ১৫...

লেহত স্বাভাৱিক অৱস্থাৰ পুনৰুদ্ধাৰ! প্ৰশাসনে উঠাই ল’লে নিষেধাজ্ঞা

লেহত স্বাভাৱিক অৱস্থাৰ পুনৰুদ্ধাৰ! প্ৰশাসনে উঠাই ল’লে নিষেধাজ্ঞা

লাডাখৰ লেহত ২০ দিনৰ পিছত স্বাভাৱিকতা ঘূৰি আহিছে। প্ৰশাসনে ৰাজহুৱা সমাৱেশৰ ওপৰত বাহাল থকা নিষেধাজ্ঞা উঠাই লৈছে আৰু ইণ্টাৰনেট সেৱা...

২০৩০ চনত কমনৱেলথ গেমছ অনুষ্ঠিত কৰিব ভাৰতে, আহমেদাবাদ হ’ব  আয়োজক চহৰ!

২০৩০ চনত কমনৱেলথ গেমছ অনুষ্ঠিত কৰিব ভাৰতে, আহমেদাবাদ হ’ব  আয়োজক চহৰ!

আহমেদাবাদ হ’ব ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ। কমনৱেলথ স্প’ৰ্টছৰ কাৰ্যবাহী ব’ৰ্ডে ২০৩০ চনৰ কমনৱেলথ গেমছৰ আয়োজক চহৰ হিচাপে আহমেদাবাদক...

ট্ৰাম্পৰ দাবী: ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিব ভাৰতে

ট্ৰাম্পৰ দাবী: ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিব ভাৰতে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে অতি সোনকালে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী...

গণিত আৰু বিজ্ঞানৰ শিক্ষকেও পঢ়ুৱাব লাগিব হিন্দী, আদিবাসী বিদ্যালয়ৰ বাবে কেন্দ্ৰৰ নতুন নিৰ্দেশনা

গণিত আৰু বিজ্ঞানৰ শিক্ষকেও পঢ়ুৱাব লাগিব হিন্দী, আদিবাসী বিদ্যালয়ৰ বাবে কেন্দ্ৰৰ নতুন নিৰ্দেশনা

কেন্দ্ৰীয় চৰকাৰী সংস্থা নেচনেল এডুকেশ্যন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ-এ আদিবাসী ছাত্ৰ-ছাত্ৰীৰ মাজত ‘হিন্দী ভাষাৰ প্ৰতি আগ্ৰহ আৰু স্পৃহা সৃষ্টি’ৰ বাবে...

Page 641 of 6669 1 … 640 641 642 … 6,669

Stay Connected

Recent News