NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

নতুন জাননীৰে অবৈধ বিদেশীক নাগৰিকত্ব দিয়াৰ ৰঙা দলিচা : অসম বিৰোধী আৰু সাম্প্ৰদায়িক এই জাননী বাতিল কৰাৰ দাবী বাঁ‌ও-গণতান্ত্ৰিক ছাত্ৰ-যুৱ সংগঠনৰ

"কা" আইনতকৈও ভয়াৱহ সিদ্ধান্তৰে কেন্দ্ৰৰ বিজেপি চৰকাৰে ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ দেশলৈ অহা বাংলাদেশ, পাকিস্তান, আফগানিস্থান আদি দেশৰ পৰা অহা...

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

অসম চুক্তিক ধূলিসাৎ কৰিলে বিজেপিয়ে, মন্ত্ৰীসভাত থকা গৰু চোৰ, ভোট চোৰ, মাটি চোৰক ধৰাৰ কাম চলি আছে : গৌৰৱ গগৈ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ দলৰ সমৰ্থিত বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক অসমত আদৰণি জনাবলৈ পাই সুখী হোৱা...

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

আবুঝমাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ গুলীত ৫ মাওবাদী নিহত

শুকুৰবাৰে বন্দুকৰ গুলীৰ শব্দত পুনৰ জোকাৰি গ’ল ছত্তীশগড়ৰ ‘ৰেড কৰিডৰ’। আবুঝমাৰৰ গভীৰ জংঘলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বন্দুকৰ যুঁজত ৫ মাওবাদী...

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মই তেওঁক বাংলাদেশী বুলি গণ্য কৰোঁ : গৌৰৱ গগৈক বিদেশী আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে। এইবাৰ তেওঁৰ পৰিয়ালৰ অধিকাংশ সদস্যই “বিদেশী” বুলি দাবী...

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

শিক্ষক দিৱসৰ দিনাই গুৱাহাটীত ৯ হাজাৰ টিউটৰৰ প্ৰতিবাদ : দৰমহা বৃদ্ধি, শিক্ষকৰ মৰ্যাদাৰ দাবী

শিক্ষক দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ লতাশিলত প্ৰায় ৯ হাজাৰ ‘টিউটৰ’ শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰে। মূলতঃ প্ৰাদেশিক মধ্য ইংৰাজী আৰু নিম্ন...

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

‘‘আদিবাসীসকল হিন্দু নহয়” ; বিতৰ্কিত মন্তব্য কংগ্ৰেছ নেতাৰ

প্ৰথমে তেওঁ কৈছিল হনুমান আদিবাসী। এতিয়া তেওঁ কৈছে যে আদিবাসীসকল হিন্দু নহয়। মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বনমন্ত্ৰী উমাং সিংঘৰৰ...

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

লাইটাৰত  গোপন কেমেৰা : মহিলাৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ডিং কৰি গ্ৰেপ্তাৰ পাইলট

এগৰাকী মহিলাৰ আপত্তিজনক ভিডিঅ’ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন বিমান পাইলটৰ বিৰুদ্ধে। অভিযোগ অনুসৰি মহিলাগৰাকীৰ অনুমতি অবিহনে চোৰাংচোৱা কেমেৰাত...

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

বিজেপিৰ ৪০% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ : প্ৰকাশ পাইছে প্ৰতিবেদনত

দেশৰ ৪৭% মন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ প্ৰতিবেদন অনুসৰি এই কথা প্ৰকাশ পাইছে। বহু মন্ত্ৰীৰ বিৰুদ্ধে...

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ব্ৰিট্জকেৰ দুৰ্দান্ত ইনিংছে, উত্তেজনাপূৰ্ণ মেচত ইংলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় দক্ষিণ আফ্ৰিকাৰ

ক’বলৈ গ’লে যেন সপোনৰ আৰম্ভণি। এদিনীয়া ক্ৰিকেটত দক্ষিণ আফ্ৰিকাৰ মেথিউ ব্ৰিট্জকেৰ বেটিং যেন অপ্ৰতিৰোধ্য। প্ৰটিয়াছৰ মিডল অৰ্ডাৰ বেটছমেনগৰাকীয়ে ইংলেণ্ডৰ বিৰুদ্ধে...

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

আয়োগৰ ওপৰত হেঁচা বৃদ্ধিৰ বাবে কংগ্ৰেছৰ কৌশল! ৪৩ বছৰৰ পাছত কৰ্ণাটকৰ স্থানীয় নিৰ্বাচনত ব্যৱহাৰ হ’ব বেলট?

কৰ্ণাটকৰ স্থানীয় নিৰ্বাচন ইভিএমত নহয়, বেলট পেপাৰতহে হ’ব লাগে। কৰ্ণাটক কংগ্ৰেছ চৰকাৰে ৰাজ্যৰ নিৰ্বাচন আয়োগক পৰামৰ্শ দিছে। সমগ্ৰ দেশতে ইভিএমৰ...

Page 726 of 6672 1 … 725 726 727 … 6,672

Stay Connected

Recent News