গুৱাহাটীত ডি ৱাই এফ আইৰ কামৰূপ মহানগৰ জিলা সন্মিলন সম্পন্ন! কৰ্মসংস্থাপনৰ দাবীত তীব্ৰ আন্দোলনৰ হুংকাৰ
গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ ত্ৰয়োদশ কামৰূপ মহানগৰ জিলা সন্মিলন অনুষ্ঠিত হয়।অসমকেধৰি...














