NE NOW NEWS

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

অসুস্থ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন : চিকিৎসালয়ত ভৰ্তি

তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ সভাপতি এম কে ষ্টেলিনক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়খনে জাৰি কৰা এক...

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জিম্মাত অমানৱীয় নিৰ্যাতন: চিবিআই তদন্তৰ লগতে ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

জম্মু-কাশ্মীৰৰ কুপৱাৰাত ২০২৩ চনত সংঘটিত জিম্মাত নিৰ্যাতনৰ এক গুৰুতৰ ঘটনাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে চিবিআইক নিৰ্দেশ দিছে। ন্যায়াধীশ বিক্ৰম নাথ...

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে। বৰ্ষাকালীন অধিৱেশনলৈ সকলোকে...

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আই আই টি খড়গপুৰ আৰু নয়দাৰ শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত: ন্যায়িক তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

আই আই টি খড়গপুৰ আৰু উত্তৰ প্ৰদেশৰ নয়দাৰ এখন বিশ্ববিদ্যালয়ত দুজন ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ ঘটনাৰ  বাবে উচ্চতম ন্যায়ালয়ে নিজা কৈ তদন্তৰ...

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

দেশৰ পৰিস্কাৰ চহৰসমূহৰ ভিতৰত অষ্টমবাৰৰ বাবে স্থান লাভ ইন্দোৰৰ : তালিকাত নাম নাই গুৱাহাটীৰ

ইন্দোৰক পুনৰ দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰ লগে লগে অষ্টমবাৰৰ বাবে মধ্যপ্ৰদেশৰ ইন্দোৰে পৰিস্কাৰ চহৰৰ তালিকাত...

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

মুম্বাই ৰে’ল বিস্ফোৰণ গোচৰ: ১২ জন দোষীক দোষমুক্ত ঘোষণা বম্বে উচ্চ ন্যায়ালয়ৰ

২০০৬ চনৰ মুম্বাইৰ স্থানীয় ৰে’লত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হোৱা ১২ জন লোকক বম্বে উচ্চ ন্যায়ালয়ে সোমবাৰে দোষমুক্ত...

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা জাপানলৈ : দাৰিদ্ৰতাক নেওচি বৈজ্ঞানিক প্ৰতিভাৰ নিদৰ্শন ভাৰতীয় যুৱতীৰ

জুপুৰীৰ পৰা গৈ এতিয়া বিদেশত যুৱ বিজ্ঞানী হিচাপে প্ৰতিষ্ঠিত হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী ১৭ বছৰীয়া যুৱতী । শেহতীয়াকৈ জাপানৰ পৰা...

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

চৰকাৰে আৰম্ভ কৰিছে খৰাং মূল্যায়ন! বৰষুণৰ ঘাটিৰ সন্মুখীন অসমৰ ২৭খন জিলা চিনাক্ত            

শেহতীয়া কৈ ৰাজ্যত বাঢ়িছে খৰাংৰ প্ৰকোপ! প্ৰাথমিক মূল্যায়নৰ তথ্য অনুসৰি, অসমৰ ১৪খন জিলাত উচ্চ হাৰত বৰষুণ হ্ৰাস পৰিলক্ষিত হৈছে, আনহাতে...

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এইবাৰ নৈশভোজলৈ মাতি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক ধ*ৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ ছাত্ৰনেতা

এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে। ঘটনাৰ স্থান পুনৰ ওড়িশা। হোটেলত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ কৰি আনি ছাত্ৰগৰাকীক...

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰত ৫জন মৃত্যুদণ্ডৰ দোষীকে ধৰি ১২ জন অভিযুক্তক দোষমুক্ত আদালতৰ

২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰৰ ১২জন অভিযুক্তক দোষমুক্ত কৰিলে বম্বে উচ্চ ন্যায়ালয়ে। সোমবাৰে আদালতে দিয়া ৰায়দানত কয় যে চৰকাৰে...

Page 831 of 6677 1 … 830 831 832 … 6,677

Stay Connected

Recent News