ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক; কামৰূপ মেট্ৰ’ৰ পৰিস্থিতি পৰ্যালোচনা
ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ সমান্তৰালভাৱে ৰাজ্যৰ অৰ্থনীতি ধৰি ৰখাৰ অৰ্থে বিভিন্ন কাম-কাজ আৰম্ভ কৰা সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত...