• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক; কামৰূপ মেট্ৰ’ৰ পৰিস্থিতি পৰ্যালোচনা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 21, 2020 5:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ সমান্তৰালভাৱে ৰাজ্যৰ অৰ্থনীতি ধৰি ৰখাৰ অৰ্থে বিভিন্ন কাম-কাজ আৰম্ভ কৰা সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন বৈঠক অনুষ্ঠিত কৰে।

বৈঠকৰ অন্তত মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমক সম্বোধন কৰি বৈঠকত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত অৱগত কৰে।

Apply Now

মুখ্য মন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসমৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰে।

অসমৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চাহ উদ্যোগ আৰু খেতিপথাৰত সামাজিক দূৰত্ব বজাই ৰাখি যাতে কাম আগবঢ়াই নিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও সোণোৱালে কয়।

অসমৰ কেইবাহাজাৰ চাহ বাগিচাৰ চৰ্দাৰ আৰু লাইন চকীদাৰ লগত আলোচনা কৰি প্ৰতি গৰাকী শ্ৰমিকক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা যাতে ৰক্ষা কৰিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে, চৰকাৰী সাহায্য প্ৰদানক লৈ কিছুমান অভিযোগ আহিছে বুলি উল্লেখ কৰি সোণোৱালে এই সম্পৰ্কে গাঁওবুঢ়া সকলৰ সৈতে মত বিনিময় কৰা হৈছে বুলি কয়।

‘‘চৰকাৰৰ লক্ষ্য হৈছে ৰাজ্যৰ কোনো লোক যাতে ভোকত থাকিব লগীয়া নহয়, অসৎ অভিপ্ৰায়ৰ  লোক সকলে যাতে শীঘ্ৰেই শাস্তি পাই তাৰ ব্যৱস্থা কৰা হ’ব,’’ সোণোৱালৰ মন্তব্য।

তদুপৰি, আজি বৈঠকত কামৰূপ (মেট্ৰ’) জিলাৰ পৰিস্থিতি সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় বুলি সোণোৱালে জানিবলৈ দিয়ে।

পৰ্যালোচনা বৈঠকত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য বিধায়ক অতুল বৰা (জেষ্ঠ) আৰু অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা উপস্থিত থাকে।

বৈঠকত কামৰূপ(মেট্ৰ’) জিলা প্ৰশাসনক ২৪ ঘণ্টাই সক্ৰিয় হৈ থকাৰ নিৰ্দেশ দিয়া হয়।

সংবাদ মাধ্যমৰ আগত মুখ্য মন্ত্ৰী সোণোৱালে ইছলামধৰ্মী লোক সকলকো ৰমজান মাহ উপলক্ষে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd