• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মহানগৰীৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়ালে এটা স্বয়ংক্ৰিয় চেনিটাইজাৰ মেচিন

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 19, 2020 7:17 pm

1 min read

index.jpg222
2.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে ক’ৰ’নাৰ সন্ত্ৰাস৷ ক’ৰ’নাৰ সন্ত্ৰাস ৰুধিবলৈ ৩ মেলৈকে পৰ্যন্ত সমগ্ৰ দেশতে ল’কডাউন জাৰি কৰা হৈছে৷

ক’ৰ’নাৰ সংক্ৰমণ ৰুধিবলৈ জনসানৰণক মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰৰ বাবে সজাগ কৰিছে ৰাজ্যচৰকাৰে ৷

তেনে সময়তে অসমৰ এজন যুৱকে সাজি উলিয়াইছে এটি স্বয়ংক্ৰিয় চেনিটাইজ কেবিন৷ যুৱক জনৰ নাম হৰপ্ৰীত সিং৷

বেহৰবাৰী স্থিত হেপী ইঞ্জিনাৰিং ৱৰ্কছৰ স্বত্বাধিকাৰী সিং য়ে নিজস্ব প্ৰচেষ্টাৰে সাজি উলিয়াইছে এইটো যন্ত্ৰ৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষী চকীত এই চেনিটাইজ কেবিন ৰখা হৈছে৷

সোমাই গৈ এপাক ঘুৰিলেই নিজে নিজে চেনিটাইজ হৈ পৰে কেবিনৰ ভিতৰেৰে যোৱা ব্যক্তি জন৷

কৃষি পাম্প, লোহা, প্লাষ্টিক পাইপ আদি ব্যৱহাৰ কৰি এই যন্ত্ৰটি সাজি উলিয়াই সিঙে৷ মহানগৰীৰ প্ৰতিখন থানাতে দিবলৈ যত্ন কৰিব যদিও সাজিবৰ বাবে বৰ্তমান সজুলি নাই বাবে দিব পৰা নাই বাবে সাজিব পৰা নাই যন্ত্ৰটি ৷

ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনে যন্ত্ৰ নিৰ্মাণ কৰা হৈছে যদিও অসমত এনে যন্ত্ৰ অসম এয়াই প্ৰথম আৰু ই ভবিষ্যতে বহু পৰিমাণে সহায়ক হ’ব বুলি ধাৰণা কৰা হৈছে৷

গুৰুত্বপূৰ্ন কথা এই যে কোনোবাই যদি এনে যন্ত্ৰ বনাব খোজে অথবা বনোৱাৰ বাবে সহায় প্ৰয়োজন হয় তেনেহ’লে তেওঁ সহায় কৰিব বুলি জানিবলৈ দিছে৷

Tags: COVID-19

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd