• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ইছলাম ধৰ্মাৱলম্বীলোকক পৱিত্ৰ ৰমজান মাহত ঘৰতে নামাজ পঢ়িবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , April 19, 2020 3:44 pm

2 min read

index.jpg1
3.3k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ৰমজান মাহত সকলো ইছলাম ধৰ্মাৱলম্বী লোকক মচজিদত সমূহীয়া তাৰাবি নামাজ পঢ়াৰ পৰিবৰ্তে ঘৰৰ ভিতৰতে থাকি নামাজ পঢ়িবলৈ আহ্বান জনাইছে এ আই ইউ ডি এফ আৰু অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷

এক বিবৃতিৰ জৰিয়তে তেও কয় যে ‘কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আপোনালোক নিৰাপদে থাকক৷ এই দুৰ্যোগৰ সময়ত হিন্দুৱেই হওক বা মুছলমানেই হওক সকলোকে সৃষ্টিকৰ্তাই সুকলমে ৰাখক, সেয়াই আমি সদায় আল্লাহৰ উচৰত দোৱা কৰি আছো।’

আগন্তুক ৰমজান মাহ হৈছে ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে এটি পবিত্ৰ আৰু ডাঙৰ মাহ৷ ৰমজান মাহত মচজিদৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়িবলৈ আহ্বান সাংসদ বদৰুদ্দিন আজমলৰ৷

তেও লগতে কয়, ‘এই মাহত আমি ৩০ দিন ৰোজা ৰাখো, তাৰাবিৰ নামাজ পঢ়ো, তাহাজ্জুদৰ নামাজ আদি পঢ়ি দোৱা দৰূদ কৰো৷ ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছিকৈ মচজিদলৈ গৈ সমবেত হৈ নামাজ পঢ়িব বিচাৰে, কিন্তু সাম্প্ৰতিক সময়ত মচজিদৰ পৰিবৰ্তে ঘৰতেই নামাজ আদায় কৰিবলৈ সকলোকে আহ্বান জনাইছো।’

আনহাতে তেও কয় যে এই পবিত্ৰ ৰমজান মাহত আল্লাই সকলোকে কুশলে ৰাখক, সকলোৱে ঘৰতেই নামাজ দোৱা আদি কৰক, সমগ্ৰ পৃথিৱীৰ মানুহৰ কাৰণে দোৱা কৰক, শান্তিৰ কাৰণে দোৱা কৰক যাতে সৃষ্টিকৰ্তাই এই পৃথিৱীৰ পৰাই এই মহামাৰী নাইকিয়া কৰি দিয়ে৷

উল্লেখ্য যে সাংসদ গৰাকীয়ে অসমৰ স্বাস্থ্য বিভাগ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই অহৰহ কৰি থকা কষ্টৰ শলাগ লয় লগতে মন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷

Recent News

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd