• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেওবাৰ নিশাৰ পুনৰ খুলিল ৰহাৰ টোলগেট; টোলগেট বন্ধ কৰাৰ দাবী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 20, 2020 6:51 pm
index.jpg7.jpg333
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বত্ৰে ত্ৰাসৰ সৃষ্টি কৰিছে ক’ৰ’না ভাইৰাছে। কৰ’না সংক্ৰমন ৰোধৰ বাবে দেশত অব্যাহত আছে ল’কডাউন। ল’কডাউনৰ বাবে বন্ধ হৈ আছিল টোলগেটসমূহ।

লকডাউনৰ বাবে বন্ধ হৈ থকা টোলগেটসমূহ দেওবাৰে মাজনিশা ১২বজাৰ পৰা পুনৰ মুকলি কৰা হয়।

Apply Now

চৰকাৰৰ সিদ্ধান্তক কঠোৰ বিৰোধিতা কৰে কৃষক মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে ।

কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘ভাৰত চৰকাৰৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে সমগ্ৰ দেশত টোলগেটসমূহ খুলি দি পুনৰ জনতাক মাধমাৰ  সোধোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তাক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ বিৰোধিতা কৰিছোঁ।’

আনহাতে অসমৰ ৰহা আৰু বিজনী টোলগেট যাতে কোনো কাৰণতে বন্ধ কৰে তাৰ বাবে অসম চৰকাৰৰ জড়িয়তে ভাৰত চৰকাৰক আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক দাবী জনায়।

লগতে ৰাজু বৰাই  কয় যে যিসময়ত টোলগেটৰ মাজেৰে কেৱল খাদ্য-সামগ্ৰী, শাক-পাচলি আৰু চিকিৎসাৰ লগত জড়িত গাড়ীসমূহে চলি আছে। তেনে সময়ত পুনৰ টোলগেট মুকলি কৰি গুণ্ডাকৰ সংগ্ৰহৰ জৰিয়তে খাদ্য-সামগ্ৰী পুনৰ মূল্যবৃদ্ধি হ’ব।

ইফালে ছাত্ৰ মুক্তিৰ সংগ্রাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক  প্ৰাঞ্জল কলিতাই টোলগেট মুকলি কৰাৰ সিদ্ধান্তক বিৰোধিতা কৰি কয়, ‘এই সিদ্ধান্ত সম্পূৰ্ন হঠকাৰী সিদ্ধান্ত। পূৰ্বৰ পৰা নীতি-বৰ্হিভূত ভাৱে চলা ৰহা টোলগেট বিৰোধিতা কৰিছোঁ।’

আনহাতে প্ৰাঞ্জল কলিতাই কয় যে ৰাইজ বৰ্তমান সময়ত বিপয্যৰ সন্মুখীন হৈছে। তেনে সময়ত অসম চৰকাৰে কিহৰ ভিত্তিত ৰহাৰ টোলগেট পুনৰ মুকলি কৰিছে সেই সিদ্ধান্ত ওপৰত আমি সন্দেহ প্ৰকাশ কৰিছোঁ।

যি সময়ত কেৱল অত্যাৱশ্যকীয় সেৱা লগত জড়িত বাহনসমূহ চলাচল কৰি আছে তেনে বাহনৰ পৰা কৰ লৈ কেনেধৰণৰ পদক্ষেপৰ কথা বুজাব বিচাৰিছে। যিসময় বেংক প্ৰতিষ্ঠান ব্যক্তিগত বিদ্যালয় তথা বিভিন্নজন অসমবাসীৰ পক্ষত থিয় দিছে কিন্তু এইখিনি সময়ত অসম চৰকাৰে অসমবাসীৰ বিপক্ষে কিয় থিয় দিছে বুলি কয় ছাত্ৰ মুক্তিৰ সংগ্রাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক  প্ৰাঞ্জল কলিতাই।

কলিতাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে ‘যিসময়ত কৃষকে পেলাই দিব লগা হোৱা শাক-পাচলি, গাখীৰ চৰকাৰে ক্ৰয় কৰি নিজাকৈ বিক্ৰী ব্যবস্থাৰে অসমৰ গ্রাম্য অৰ্থনীতি সকাহ দিব লাগিছিল। সেই সময়ত চৰকাৰে কেৱল নিজৰ কথা ভাবি নিজৰ স্বাৰ্থ সিদ্ধি বাবে টোলগেট মুকলি কৰিব বিচাৰে।’

সংগঠন দুটাই চৰকাৰক টোলগেট সমূহ অতিশীঘ্ৰে  বন্ধ কৰাৰ দাবী জনায়।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd